• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অমিক্ৰণৰ পিছত ক’ভিডৰ নতুন প্ৰকাৰ ‘ডেল্টাক্ৰন’

নিউজ ডেস্ক by নিউজ ডেস্ক
January 10, 2022
in সংবাদ, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়
1 min read
0
অমিক্ৰণৰ পিছত ক’ভিডৰ নতুন প্ৰকাৰ ‘ডেল্টাক্ৰন’
Share on FacebookShare on Twitter

ক’ৰোনাৰ নতুন ভেৰিয়েন্ট অমিক্ৰনে ত্ৰাস চলাইছে সমগ্ৰ বিশ্বত। শেহতীয়াকৈ ভাৰতত প্ৰৱেশ কৰা অমিক্ৰণত আক্ৰান্তৰ সংখ্যাই ৪ হাজাৰৰ দেওনা পাৰ কৰিলে। সমগ্ৰ দেশত এতিয়া লকডাউন সদৃশ পৰিৱেশ। এনে পৰিস্থিতিৰ মাজতে পুনৰ সৃষ্টি হৈছে ক’ৰোনাৰ নতুন ভেৰিয়েন্ট। ক’ৰোনাৰ এই নতুন ভেৰিয়েন্ট সৃষ্টি হৈছে ডেল্টা আৰু অমিক্ৰণৰ মিশ্ৰণত। শেহতীয়াকৈ বৈজ্ঞানিকসকলৰ গৱেষণাত ধৰা পৰা এই নতুন ভেৰিয়েন্টৰ নাম হৈছে- Deltacron.
বৈজ্ঞানিক সকলে প্ৰকাশ কৰা তথ্য অনুসৰি, এই ডেল্টাক্ৰণ জেনেটিকভাৱে ডেল্টা ভেৰিয়েন্টৰ সৈতে প্ৰায় একে। বৈজ্ঞানিকসকলে লগতে দাবী কৰিছে যে, নতুনকৈ এই ভেৰিয়েন্টত সমগ্ৰ বিশ্বত আক্ৰান্ত হৈছে ২৫ গৰাকীকৈ লোক।
অৱশ্যে বিশেষজ্ঞসকলে কয় যে, “বৰ্তমান মুহূৰ্তত এই নতুন ভেৰিয়েন্টটো বিশেষ চিন্তাৰ বিষয় নহয়।”
চাইপ্ৰাছ বিশ্ববিদ্যালয়ৰ গৱেষণাত লোৱা ২৫ টা নমুনাত অ’মিক্ৰনৰ লগত ১০ টা পৰিৱৰ্তন পোৱা গৈছিল। ভাইৰাছৰ ১১ টা নমুনা চিকিৎসালয়ত চিকিৎসাধীন লোকসকলৰ পৰা লোৱা হৈছিল, আনহাতে ১৪ টা চাইপ্ৰাছ বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি আৰু আণৱিক ভাইৰোলজীৰ পৰীক্ষাগাৰৰ মুৰব্বী ড. লিয়ণ্ডিঅছ ক’ষ্ট্ৰিকিছৰ পৰা লোৱা হৈছিল। তেওঁ কৈছে যে, “চিকিৎসালয়ত ভৰ্তি ৰোগীসকলৰ মাজত পৰিৱৰ্তনৰ সঘনতা অধিক আৰু ই নতুন প্ৰকাৰ আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ মাজত সম্পৰ্ক দেখুৱাব পাৰে।”

Previous Post

ক’ভিডৰ বাবে বাতিল নহয় আছুৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী

Next Post

নিশা ১০ বজাৰ পূৰ্বে ভোজ-ভাত সমাপ্ত কৰা সম্ভৱ নহয়!

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
Next Post
নিশা ১০ বজাৰ পূৰ্বে ভোজ-ভাত সমাপ্ত কৰা সম্ভৱ নহয়!

নিশা ১০ বজাৰ পূৰ্বে ভোজ-ভাত সমাপ্ত কৰা সম্ভৱ নহয়!

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

২৪ ঘন্টাত দেশত ১ লাখ ৬৮হাজাৰৰ দেহত কোৰোনাৰ সংক্ৰমণ

২৪ ঘন্টাত দেশত ১ লাখ ৬৮হাজাৰৰ দেহত কোৰোনাৰ সংক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8