• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কৃষকসকলৰ আন্দোলন কৰাৰ অধিকাৰ আছে, সেই বুলি ৰাজহুৱা সম্পতি ক্ষতি সাধন কৰিব নোৱাৰিব

Manoranjan Majumder by Manoranjan Majumder
February 10, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
Rajya sabha
Share on FacebookShare on Twitter

পুনৰবাৰ ৰাজ্যসভাত প্ৰধানমন্ত্ৰীয়ে তিনি কৃষি আইনক লৈ মত প্ৰকাশ কৰি কয় যে আমাৰ কৃষি ক্ষেত্ৰত কিছু সমস্যা হৈ আছে ৷

এই সমস্যাক সমাধান কৰিবলৈ আমি সমগ্ৰ দেশবাসীৰে সঁহাৰিৰ প্ৰয়োজন ৷

মোডীয়ে কয় যে ৰাম গোপালজীয়ে কোৱাৰ দৰে ক’ৰোনাৰ সময়ছোৱাতো যিদৰে আমাৰ কৃষকসকলে দেশত কোনো সমস্যা নোহোৱাকৈ দেশক অন্ন প্ৰদান কৰিলে তাৰ বাবে শলাগ লয় ৷

আৰু এইবুলিও মোডীয়ে কয় যে কৃষকসকলৰ আন্দোলন কৰিবলৈ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু  আন্দোলনৰ নামত দেশৰ সম্পতিৰ ক্ষতিসাধন যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত ৷

এই তিনি কৃষি আইনৰ সন্দৰ্ভত এতিয়াও কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে মোডীৰ আলোচনা অব্যাহত ৷

অতি শীঘ্ৰে এই সমস্যা দেশৰ পৰা নাইকিয়া হ’ব ৷ তাৰ বাবে লাগিব এক সুস্থ চিন্তাৰে আলোচনাত বহিব লাগিব কৃষকসকলে ৷

কিয়নো ভাৰত কৃষি প্ৰধান দেশ ৷

আৰু বিগত সময়ছোৱাতকৈ দেশৰ কৃষি ক্ষেত্ৰত অধিক উৎপাদন হৈছে ৷

সেয়ে আমি আৰু আগবাঢ়িব যাব লাগে , এই উন্নতিৰ দুৱাৰ আন্দোলনকাৰীৰ লগতে সকলোৰে বাবে মুকলি হৈ আছে ৷

এইক্ষেত্ৰত মোডীয়ে কয় যে ভাৰত আৰু অধিক আধুনিক হ’ব, ভাৰত শক্তিশালীৰ লগতে MSP  ভৱিষ্যততো থাকিব ৷

Tags: Farm Lawfarmars ProtestPM MODI
Previous Post

প্ৰিয়দা গগৈ কেৱল অখিলৰ মাতৃ নহয়; অসমৰ মাতৃ, যদি মাতৃৰ কিবা হয় তেন্তে ভয়ংকৰ পৰিস্থিতি ভুগিব বিজেপিয়েঃ ৰূপজ্যোতি কুৰ্মী   

Next Post

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছে ৪খন বাছেৰে উলিয়াব ‘অসম বচাওঁ আহক’ বাছযাত্ৰা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
congress

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছে ৪খন বাছেৰে উলিয়াব 'অসম বচাওঁ আহক' বাছযাত্ৰা

iqbal singh

দীপ সিদ্ধুৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল ইকবাল সিং

Murder

প্ৰেম, অবৈধ সম্পৰ্ক আৰু হত্যাঃ এগৰাকী বিশ্বাসঘাটক পত্নীৰ এক ভয়ংকৰ খেল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8