• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত নতুন SOP জাৰি ৰাজ্যত

নিউজ ডেস্ক by নিউজ ডেস্ক
December 25, 2021
in সংবাদ, অসম
1 min read
0
নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত নতুন SOP জাৰি ৰাজ্যত
Share on FacebookShare on Twitter

আজি কলিয়াবৰত সংবাদ মেল সংবাদমেল সম্বোধন কৰি নতুন SOP জাৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

কাইলৈ অৰ্থাৎ ২৬ ডিচেম্বৰৰ পৰা অসমত নতুন সিদ্ধান্ত বলবৎ হ’ব। অহা কালি নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ জাৰি। অৱশ্যে ৩১ ডিচেম্বৰত এই কাৰ্ফিউ নাথাকিব। হোটেল-ধাবা সমূহো বন্ধ কৰিব লাগিব। চিনেমা হ’লৰ ক্ষেত্ৰতো ৫০ শতাংশ আসনৰ লগতে নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব। এতিয়ালৈকে অসমত অমিক্ৰন অহা নাই বুলিও কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। মাস্ক নিপিন্ধা লোকক প্ৰশাসনে জৰিমনা বিহিব পাৰিব। লগো সভা-সমিতিৰ ক্ষেত্ৰত ৫০ শতাংশ আসনৰ লগতে দুয়োপালি ভেকচিল লোৱা মানুহে ভাগ ল’ব পাৰিব বুলি নতুন SOPত উল্লেখ আছে।
দুয়োপালি ভেকচিন নোলোৱা ব্যক্তিক চৰকাৰৰ ফালৰ পৰা অতি সোনকালে ভেকচিন ল’বলৈ আহ্বান কৰে। ৰাজ্যত এতিয়াও ৫০ লাখ ভেকচিন মজুত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মাৱলী বাহাল থাকিব। লগতে সভা-সমিতিৰ ক্ষেত্ৰত ৫০ শতাংশ আসনৰ লগতে দুয়োপালি ভেকচিল লোৱা মানুহে ভাগ ল’ব পাৰিব বুলি নতুন SOPত উল্লেখ আছে।

Previous Post

গুৱাহাটী মহানগৰীত নতুন উদ্যান

Next Post

হস্তীৰ কন্যা প্ৰতিমা বৰুৱা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
হস্তীৰ কন্যা প্ৰতিমা বৰুৱা

হস্তীৰ কন্যা প্ৰতিমা বৰুৱা

অ’মিক্রনত আক্রান্ত ৩৫০ৰো অধিক; নিৰ্বাচন বন্ধ কৰাৰ আহ্বান ন্যায়াধীশৰ

দেশত দ্ৰুত গতিত বিয়পিছে অমিক্ৰণ

তিনিবছৰত ১০০ কোটিৰো অধিক জৰিমনা সংগ্ৰহ পৰিবহন বিভাগৰ

তিনিবছৰত ১০০ কোটিৰো অধিক জৰিমনা সংগ্ৰহ পৰিবহন বিভাগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8