• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ চলিছিল; আৰু এতিয়া যিকোনো মূহুৰ্ততে অখিলক পুনৰ হত্যাৰ চেষ্টা কৰা হ’ব পাৰেঃ ভাস্কডি শইকীয়া

Manoranjan Majumder by Manoranjan Majumder
February 12, 2021
in অসম, গুৱাহাটী, ৰাজনীতি, সংবাদ
1 min read
0
Raijor Dol
Share on FacebookShare on Twitter

আপোনালোকে সকলোৱে জানে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ প্ৰতিটো ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দিয়াৰ দাবীত জন্মলগ্নৰে পৰা আপোচবিহীন সংগ্ৰাম কৰি আহিছো।

আমাৰ এই সংগ্ৰামৰ বাবে লাখ লাখ মানুহে ভূমি পট্টা লাভ কৰিছে।

কিন্তু শেহতীয়াকৈ অখিল গগৈক বন্দী কৰি ৰাখি আইন ২০০৬ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ল।

কিন্তু শেহতীয়াকৈ অলপ সংখ্যক লোকক ভূমি পট্টা দি চৰকাৰে ৱাহ ৱাহ লৈছে।

আমি সকলোৱে জানো অসমত ২৩ লাখ ভূমিহীন পৰিয়াল আছে।

কাকো কিন্তু ভূমি পট্টা দিয়া নহ’ল।

এই ভূমি পট্টা দাবী চৰকাৰে নসাৎ কৰি দিব বিচাৰিছে।

সংবাদমেলত ৰাইজৰ দলৰ হৈ এই মন্তব্য প্ৰদান কৰিলে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কডি শইকীয়াই।

আপোনালোকে সকলোৱে জানে কেনেকৈ অখিল গগৈয়ে দুৰ্নীতিবিৰোধী কাৰ্য সম্পন্ন কৰি আহিছে।

চৰকাৰৰ নিযুক্তি কেলেংকাৰী এটাৰ পিছত এটাকৈ ফাদিল কৰিছিল।

প্ৰতিটো কেলেংকাৰীৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

কিন্তু এতিয়া অখিল গগৈক বন্দী কৰি ৰাখি এটাৰ পিছত এটাকৈ নিযুক্তি কেলেংকাৰী সংঘটিত কৰি ৰাখিছে।

বন্দী হৈ থকা দিনতে তৈল খাদৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰটো ব্যক্তিগতকৰণ কৰি দিলে।

আৰু এতিয়া বিজেপি চৰকাৰে সম্পূৰ্ণ ৰাজ্যখন গেৰুৱাকৰণ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে।

অখিল গগৈক বন্দী কৰিয়েই ২০২১ৰ নিৰ্বাচন খেলিব বিজেপিয়ে।

‘অখিল গগৈক ১৫ মাহ ধৰি কাৰাবন্দী হৈ আছে কাৰণ অখিল গগৈয়ে বিজেপিক সমৰ্থন জনোৱা নায়।

অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ চলোৱা হৈছিল। কিন্তু অখিল গগৈয়ে এয়া কেৰেপ নকৰিলে।

অখিল গগৈক সৰ্বোচ্চ প্ৰলোভন দিয়া হৈছিল, কিন্তু আমাৰ নেতা অখিল গগৈ বিক্ৰী হোৱা নেতা নহয়।’-

বিজেপিয়ে অখিল গগৈক লৈ কৰা অন্যায় সন্দৰ্ভত মন্তব্য প্ৰদান কৰিলে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে।

অখিল গগৈক দিয়া টোপ তেওঁ বাৰে বাৰে অস্বীকাৰ কৰিছে।

যাৰ বাবে বছৰ বছৰ ধৰি তেওঁক বিজেপিয়ে কাৰাৰুদ্ধ কৰিব বিচাৰিছে।

অখিল গগৈক জেলৰ ভিতৰতে হত্যা কৰাৰ ভয়ত আমি তেওঁক হত্যা কৰাৰ কথা খোলোচাকৈ ক’ব পৰা নায়।

কেৱল অখিল গগৈক কাৰাবন্দী কৰাৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদী চৰকাৰে সম্পূৰ্ণ গণতান্ত্ৰিক ব্য়ৱস্থাটোৱে অসূচী কৰি তুলিছে।

আৰু গগৈয়েও আমাক জনাইছে দিছে যে আৰু কেতিয়াও সহ্য কৰি থকা নহ’ব।

আমি কও যে অখিল গগৈক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছিল আৰু পুনৰ হত্যাৰ ষড়যন্ত্ৰ কৰিব বুলিয়েই আমি একো খোলাখুলিকৈ ক’ব পৰা নায়।

জাতিৰ ৰক্ষাৰ স্বাৰ্থত তেওঁক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল আৰু হত্যাৰ ষড়যন্ত্ৰ ৰচিব পাৰে।

এই সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কডি শইকীয়াই কয় যে

”মহামান্য উচ্চতম ন্যায়ালয়ে দুটা বাক্য কৈ এই ৰায় প্ৰদান কৰিলে।

ন্যায়পালিকাত চৰকাৰৰ অবাধ হস্তক্ষেপৰ বাবেই বহু লোকে ন্যায়ৰ পৰা বঞ্চিত হৈছৈ ।

আমি ন্যায়ালয়ৰ এই ৰায়ত অলপো আচৰিত হোৱা নাই”।

চৰকাৰে অখিল গগৈক ভয় কৰে বুলি মন্তব্য প্ৰকাশ কৰি শইকীয়াই কয় যে ” সৰ্বানন্দ সোণোৱাল চৰকাৰে অখিল গগৈক ভয় কৰে ।

অভিযোগ উত্থাপন কৰি শইকীয়াই কয় যে ” অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল।

তাক অখিলে কেৰেপ কৰা নাছিল।

কাৰাগাৰটো অখিলক হত্যাৰ চেষ্টা কৰা হৈছিল।

এতিয়া আৰু আমি অখিলৰ মুক্তিৰ আশা নকৰো।

আমি সৰ্বাত্মকতা আন্দোলন চলাই নিম।

যিকোন মূহুৰ্ততে অখিলক পুনৰ হত্যাৰ চেষ্টা কৰা হ’ব পাৰে”।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে গ্ৰেপ্তাৰ হোৱা কৃষক নেতাগৰাকীক ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন খাৰিজ কৰিলে।

Photo: Headline8

Tags: KMSSPressmeetRaijor Dolঅখিল গগৈকৃষক মুক্তি সংগ্ৰাম সমিতিভাস্কডি শইকীয়াৰাইজৰ দলসংবাদমেল
Previous Post

সুখবৰ; ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৯খনকৈ কেঞ্চাৰ হাস্পতাল

Next Post

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

manya singh

মিছ ইণ্ডিয়া ২০২০ত 'ৰাণাৰ-আপ'ৰ খিতাপ অৰ্জন কৰা মান্যাৰ সফলতাৰ আঁৰৰ কাহিনী...

ipl

IPL 2021 Auction:নিলামত নামিব ২৯২ জন খেলুৱৈ, চাওক সম্পূৰ্ণ তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8