• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিউজ বুলেটিন

পলকতে দিনটোৰ শিৰোনাম

নিউজ ডেস্ক by নিউজ ডেস্ক
March 23, 2022
in সংবাদ, নিউজ বুলেটিন
1 min read
0
নিউজ বুলেটিন
Share on FacebookShare on Twitter

১ ১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হয়। ১৯ এপ্ৰিলত ভোটদান অনুষ্ঠিত হব আৰু ২১ এপ্ৰিলত ভোটগণনা কৰা হ’ব। পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ চলিব ভোটগ্ৰহণ পক্ৰিয়া। এইবাৰ এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ইভিএম ব্যৱহাৰ কৰা হ’ব।

২ টোলগেট সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা

টোলগেটৰ সমীপৰ লোকসকলৰ বাবে সু-খবৰ৷ টোলগেট সমীপৰ লোকসকলে পৰিষোধ কৰিব নালাগে কোনো ধৰণৰ ধনৰাশি৷ সেই স্থানৰ লোক সকলৰ বাবে চৰকাৰে দিব বিশেষ পাচ৷ আধাৰ কাৰ্ডৰ জৰিয়তে লাভ কৰিব এই বিশেষ পাচ সমূহ৷ লোকসভাত ঘোষণা কৰিলে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

৩ ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল কৌটি টকাৰ সম্পত্তি

ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড। নিশাৰ প্ৰায় 3 বজাত ডিব্ৰুগড় চহৰৰ নিউ মাকেটত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড । প্ৰায় চাৰিঘণ্টাজুৰি অব্যাহত থকা এই অগ্নিকাণ্ডত জাহ যায় সৰু-বৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷

৪ সমগ্ৰ কাজিৰঙাক ইক’ছেনচিটিভ জ’ন ঘোষণা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা প্ৰসাৰ আৰু পৰ্যটকৰ বাবে ইয়াক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ ভিতৰত সবাটোকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হ’ল ৰাষ্ট্ৰীয় উদ্যানখনৰ সমুদায় এলেকাক ইক’ছেনচিটিভ জ’ন ঘোষণা।

৫ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পদত মীৰা বৰঠাকুৰ

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মীৰা বৰঠাকুৰ মনোনীত কৰা হৈছে বুলি কংগ্ৰেছ হাইকামাণ্ডে এক জাননী যোগে প্ৰকাশ কৰিছে।

 

Previous Post

সমগ্ৰ কাজিৰঙাক ইক’ছেনচিটিভ জ’ন ঘোষণা

Next Post

২৪ আৰু ২৫ মাৰ্চত গুৱাহাটীৰ শিল্পগ্ৰামত ‘Momentum North East 2022’

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
২৪ আৰু ২৫ মাৰ্চত গুৱাহাটীৰ শিল্পগ্ৰামত ‘Momentum North East 2022’

২৪ আৰু ২৫ মাৰ্চত গুৱাহাটীৰ শিল্পগ্ৰামত 'Momentum North East 2022'

মহানগৰীত পানী কঢ়িওৱা টেংকাৰৰ খুন্দাত নিহত এজন

মহানগৰীত পানী কঢ়িওৱা টেংকাৰৰ খুন্দাত নিহত এজন

নিশা মহানগৰীৰ নটবমা ছোৱালী মাদ্রাছাত অগ্নিকাণ্ড

নিশা মহানগৰীৰ নটবমা ছোৱালী মাদ্রাছাত অগ্নিকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8