• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিউজ বুলেটিন

পলকতে দিনটোৰ শিৰোনাম

নিউজ ডেস্ক by নিউজ ডেস্ক
March 25, 2022
in সংবাদ, নিউজ বুলেটিন
1 min read
0
news bulletin
Share on FacebookShare on Twitter

১ মহানগৰীত অগ্নিকাণ্ড; জুইত জাহ ২৫ তাতকৈ অধিক বাসগৃহ

মহানগৰীৰ পাটৰকুচিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় ২৫তাতকৈও অধিক ঘৰ। নবীন চন্দ্ৰ বৰা নামৰ প্ৰাক্তন আৰক্ষী প্ৰশাসনৰ লোক জনৰ ঘৰত সূত্ৰপাত হয় জুইৰ।

২ বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী

বোকাজান আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি চলালে গুলী। আৰক্ষীয়ে প্ৰকাশ কৰা মতে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৱে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল।

৩ ধন নাই চৰকাৰৰ! কোষাগাৰসমূহক বিল গ্ৰহণ নকৰিবলৈ নিৰ্দেশ

ৰাজ্যত সৃষ্টি হৈছে অৰ্থনৈতিক জুৰুলা অৱস্থা। ৰাজ্যৰ গৃহবিভাগৰ এক পত্ৰই স্পষ্ট কৰিছে ৰাজ্যৰ অৰ্থনীতিৰ বিধ্বস্ত ৰূপ। উল্লেখ্য যে, ২৪ মাৰ্চত বিত্ত বিভাগে সকলো জিলাৰ কোষাগাৰলৈ প্ৰেৰণ কৰিছে এক বিশেষ পত্ৰ।

৪ চৰকাৰৰ ১ লাখ চাকৰি হ’ব অস্থায়ী! অখিল গগৈয়ে দিলে ভৱিষ্যৎবাণী ! 

চৰকাৰে দিব বিচৰা ১ লাখ চাকৰিৰ বেছিভাগেই হ’ব ঠিকাভিত্তিক আৰু অস্থায়ী। এই মন্তব্য কৰিলে অখিল গগৈয়ে। তেওঁ কয়, ‘মই আজিয়েই এটা ভৱিষ্যৎবাণী কৰি থব বিচাৰিছো। এই যে চৰকাৰে এক লাখ নতুন নিযুক্তি দিয়াৰ কথা কৈ আছে। ইয়াৰে বেছিভাগেই হ’ব ঠিকাভিত্তিক আৰু অস্থায়ী।

৫ চৰকাৰী কাম-কাজত হিন্দী-ইংৰাজী নিষিদ্ধ!

অসমীয়া ভাষাক লৈ অসমৰ ৰাইজ সংকিত হোৱাৰ সময়তে মহাৰাষ্ট্ৰৰ চৰকাৰে ললে এক উল্লেখনীয় পদক্ষেপ। মহাৰাষ্ট্ৰৰ স্থানীয় প্ৰশাসনৰ যিকোনো কাম-কাজত এতিয়াৰে পৰা মাৰাঠী ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হ’ল।

Previous Post

মাদ্ৰাছাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পাছতহে আৰম্ভ হ’ব পাঠদান!

Next Post

মুনীন্দ্ৰ শইকীয়া NFIRৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মুনীন্দ্ৰ শইকীয়া NFIRৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

মুনীন্দ্ৰ শইকীয়া NFIRৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

কাঁহিকুছিত স্বচ্ছ ভাৰত মিছন আৰু জল-জীৱন মিছনৰ প্ৰশিক্ষণ কাৰ্যসূচী

কাঁহিকুছিত স্বচ্ছ ভাৰত মিছন আৰু জল-জীৱন মিছনৰ প্ৰশিক্ষণ কাৰ্যসূচী

বিমানবন্দৰত সুৰক্ষাৰ নামত এগৰাকী ৮০ বছৰীয়া মহিলাক ‘ষ্ট্ৰিপ সন্ধান কৰি CISFৰ কৰ্মচাৰী হ’ল নিলম্বন

বিমানবন্দৰত সুৰক্ষাৰ নামত এগৰাকী ৮০ বছৰীয়া মহিলাক 'ষ্ট্ৰিপ সন্ধান কৰি CISFৰ কৰ্মচাৰী হ'ল নিলম্বন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8