বিগত কিছুদিনৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগিছে বিহাৰৰ আৰ জে ডি দলৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ ৷ ৰঙৰ উৎসৱ হোলীৰ লালু প্ৰসাদ যাদৱৰ জীৱনত এক বিশেষ গুৰুত্ব আছে । মঙলবাৰে যাদৱৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে তেওঁক ৰাঁচীৰ পৰা দিল্লীলৈ নিয়াৰ প্ৰস্তুতি চলোৱা হৈছে ৷
২ মহানগৰীৰ ৰাজপথত উলংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ
মহানগৰীৰ উপকণ্ঠ পানীখাইতীৰ আমগাঁৱত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। উলংগ অৱস্থাত আছিল যুৱতীগৰাকীৰ মৃতদেহটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহটো ঘাইপথৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ।
৩ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবেও প্ৰৱেশ পৰীক্ষা!
এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কিমান শতাংশ নম্বৰ লাভ কৰিছে সেইয়া হয়টো বৰ গুৰুত্বপূৰ্ণ নহ’ব। জেএনইউ ,দিল্লী বিশ্ববিদ্যালয় বা আন দেশৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
৪ মুখ্যমন্ত্ৰীৰ কাৰ্যত মঠ-মন্দিৰত দুঘণ্টা ধৰি বাজি উঠিব ঘণ্টাধ্বনি!
অহা ২৫ মাৰ্চত দ্বিতীয়টো কাৰ্যকালৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে যোগী আদিত্যনাথ৷ এইবেলি যোগী আদিত্যনাথৰ দ্বিতীয়টো কাৰ্যকালৰ শপতগ্ৰহণৰ কাৰ্যসূচী কিছু ব্যতিক্ৰমী হ’ব যেন ধাৰণা কৰা হৈছে ৷
৫ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবেও প্ৰৱেশ পৰীক্ষা!