• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিউজ বুলেটিন

পলকতে দিনটোৰ শিৰোনাম

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in সংবাদ, News, নিউজ বুলেটিন
1 min read
0
নিউজ বুলেটিন
Share on FacebookShare on Twitter

১ ৰেলৰ চেপাত নিহত এজন

বিগত কিছুদিনৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগিছে বিহাৰৰ আৰ জে ডি দলৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ ৷ ৰঙৰ উৎসৱ হোলীৰ লালু প্ৰসাদ যাদৱৰ জীৱনত এক বিশেষ গুৰুত্ব আছে । মঙলবাৰে যাদৱৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে তেওঁক ৰাঁচীৰ পৰা দিল্লীলৈ নিয়াৰ প্ৰস্তুতি চলোৱা হৈছে ৷

২ মহানগৰীৰ ৰাজপথত উলংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ উপকণ্ঠ পানীখাইতীৰ আমগাঁৱত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। উলংগ অৱস্থাত আছিল যুৱতীগৰাকীৰ মৃতদেহটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহটো ঘাইপথৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ।

৩ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবেও প্ৰৱেশ পৰীক্ষা!

এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কিমান শতাংশ নম্বৰ লাভ কৰিছে সেইয়া হয়টো বৰ গুৰুত্বপূৰ্ণ নহ’ব। জেএনইউ ,দিল্লী বিশ্ববিদ্যালয় বা আন দেশৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

৪ মুখ্যমন্ত্ৰীৰ কাৰ্যত মঠ-মন্দিৰত দুঘণ্টা ধৰি বাজি উঠিব ঘণ্টাধ্বনি!

অহা ২৫ মাৰ্চত দ্বিতীয়টো কাৰ্যকালৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে যোগী আদিত্যনাথ৷ এইবেলি যোগী আদিত্যনাথৰ দ্বিতীয়টো কাৰ্যকালৰ শপতগ্ৰহণৰ কাৰ্যসূচী কিছু ব্যতিক্ৰমী হ’ব যেন ধাৰণা কৰা হৈছে ৷

৫ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবেও প্ৰৱেশ পৰীক্ষা!

এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কিমান শতাংশ নম্বৰ লাভ কৰিছে সেইয়া হয়টো বৰ গুৰুত্বপূৰ্ণ নহ’ব। জেএনইউ ,দিল্লী বিশ্ববিদ্যালয় বা আন দেশৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

Previous Post

চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব লালুপ্ৰসাদক

Next Post

ছলমান খানলৈ উচ্চ ন্যায়ালয়ৰ সকাহ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ছলমান খানলৈ উচ্চ ন্যায়ালয়ৰ সকাহ!

ছলমান খানলৈ উচ্চ ন্যায়ালয়ৰ সকাহ!

ICC WorldCup: বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

ICC WorldCup: বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

টেট উত্তীৰ্ণ মানেই চাকৰি নহয়ঃ মুখ্যমন্ত্ৰী

টেট উত্তীৰ্ণ মানেই চাকৰি নহয়ঃ মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8