• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

NFRৰ মহাপ্ৰবন্ধকৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক by নিউজ ডেস্ক
January 5, 2022
in সংবাদ, অসম, উত্তৰ পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয়
1 min read
0
NFRৰ মহাপ্ৰবন্ধকৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গুৰুত্বপূৰ্ণ বৈঠক
Share on FacebookShare on Twitter

সম্প্ৰতি উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অফিচাৰ ক্লাৱত উপস্থিত হৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক আঞ্চুল গুপ্তা তথা শীৰ্ষ বিষয়াৰে সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উক্ত বৈঠকত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল।
উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে যোগাযোগ ব্যৱস্থা সূচল কৰাৰ পৰিকল্পনা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় বুলি সংবাদ মাধ্যমক জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে গুৱাহাটীৰ উপৰিও সমগ্ৰ উত্তৰ-পূবতে ৰে’ল বৈদ্যুতিকৰণৰ কাম দ্ৰুতগতিত চলি থকা বুলি জনায় মন্ত্ৰীগৰাকীয়ে।
ইফালে যানজঁটৰ সমস্যা ৰোধৰ বাবেও লোকনিৰ্মাণ বিভাগৰ সহযোগত ব্যৱস্থা লোৱা হৈছে বুলি জনোৱাৰ উপৰিও ভিষ্টাড’ম ৰে’লৰ সংখ্যা বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে বুলিও কেন্দ্ৰীয় ৰে’লমন্ত্ৰীগৰাকীয়ে জানিব দিয়ে। উল্লেখ্য যে, আজি মণিপুৰৰ ইম্ফলত কেতবোৰ কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

Previous Post

মাজুলীত আফ্ৰিকান ছোৱাইনফ্লু ! বন্ধ গাহৰিৰ মাংস

Next Post

প্ৰখ্যাত উদ্ভাৱক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post

প্ৰখ্যাত উদ্ভাৱক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ...

অসম পালেহি অমিক্ৰন! পলাতক অমিক্ৰনত সংক্ৰমিত কিশোৰ

অসম পালেহি অমিক্ৰন! পলাতক অমিক্ৰনত সংক্ৰমিত কিশোৰ

আজিৰ দিনটোৰ ৰাশিফল

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8