• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিমাওমাও নিমাতী ঘাটঃ ভয়ংকৰ ফেৰী দুৰ্ঘটনা

নিউজ ডেস্ক by নিউজ ডেস্ক
September 9, 2021
in অসম, সংবাদ
1 min read
0
নিমাওমাও নিমাতী ঘাটঃ ভয়ংকৰ ফেৰী দুৰ্ঘটনা
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ মাজত দুখন জাহাজৰ মুখামুখি সংঘৰ্ষ। এই ঘটনা সংঘটিত হৈছে, যোৰহাটৰ নিমাতী ঘাটত।
মাজুলীৰ পৰা আহি “টিপকাই” নামৰ ফেৰীখনে যোৰহাটৰ নিমাতী ঘাটৰ পৰা আহি থকা “মা কমলা” নামৰ নাওখনত খুন্দিয়াই দিয়ে। ফলত, মা কমলা নামৰ নাওখন ব্ৰহ্মপুত্ৰত ডুবি যায়।
মা কমলা নামৰ নাওঁখনত থকা ৯০ গৰাকী যাত্ৰী নাওখনৰ সৈতে, ব্ৰহ্মপুত্ৰত ডুবি যায়।

মুঠ যাত্ৰী সকলৰ ভিতৰত এতিয়ালৈকে ৮৭ গৰাকী যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ, ১ গৰাকী যাত্ৰীৰ মৃত্য়ু আৰু ২ গৰাকী যাত্ৰী এতিয়াও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

দূৰ্ঘটনাটোত মৃত্য়ুহোৱা যুৱতী গৰাকী গুৱাহাটী নিৱাসী, মাজুলী গড়মুৰ মহাবিদ্যালয় অধ্যাপিকা পৰিণিতা দাস।
কান্দোনত ভাগি পৰিছে পৰিমিতাৰ মাতৃ। জীয়ৰীক নিজেই বিদায় দি ফেৰীত উঠাইছিল মাতৃয়ে।

নিশা ঘটনাস্থলীত উপস্থিত হয়, মন্ত্ৰী বিমল বৰা। তেওঁ ঘটনাৰ বুজ লয়।

আজি দিনৰ ভাগত মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ঘটনাস্থলীত উপস্থিত হয়।

নিমাতীৰ নাও দুৰ্ঘটনা সন্দৰ্ভত পৰিবহণ বিভাগে তদন্তৰ বাবে বিভাগীয় সচিব যাদৱ শইকীয়াক দায়িত্ব অৰ্পন কৰে।

ইতিমধ্য়ে, নিমাতীঘাটৰ ঘটনাৰ পিছতেই কৰ্তব্যত গাফিলতিৰ বাবে কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী, আভ্যন্তৰীণ জল পৰিবহণৰ ৩ জন বিষয়া-কৰ্মচাৰীক, সহকাৰী কাৰ্যবাহী অভিযন্তা মুকুট গগৈ আৰু কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীক চাকৰীৰ পৰা নিলম্বিত কৰে।

ইয়াৰ লগতে, নিমাতী ঘাটত উপস্থিত হৈ যোৰহাট-মাজুলীৰ মাজত চলাচল কৰা এটা ইঞ্জিনযুক্ত সকলো নাও-ফেৰী আজিৰে পৰা নিষিদ্ধ কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ভাৰতীয় বায়ু সেনাবাহিনীয়ে হেলিকপ্টাৰৰ সহায়ত নিমাতীঘাটত উদ্ধাৰ অভিযান অব্য়াহত ৰাখিছে।

Tags: AccidentBimal BoraCM Himanta Biswa SarmaMajuli
Previous Post

অসম আৰক্ষীৰ সফল অভিযান; অপহৰণকাৰীক কৰায়ত্ত আৰক্ষীৰ

Next Post

ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা

ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা

নিমাতীঘাটৰ নাও দুৰ্ঘটনাকলৈ জুবিন গাৰ্গৰ ক্ষোভ

নিমাতীঘাটৰ নাও দুৰ্ঘটনাকলৈ জুবিন গাৰ্গৰ ক্ষোভ

মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ব প্ৰিয়ংকা টিব্ৰুৱেল

মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ'ব প্ৰিয়ংকা টিব্ৰুৱেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8