• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ পৰা খুলিল বিদ্যালয়সমূহঃ নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠ্যক্ৰম আৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 1, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, সংবাদ
1 min read
0
আজিৰ পৰা খুলিল বিদ্যালয়সমূহঃ নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠ্যক্ৰম আৰম্ভ
Share on FacebookShare on Twitter

 

ৰাজ্যত হ্ৰাস পাইছে কৰ’ণাৰ প্ৰকোপ। ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নতুন এছ অ’ পি অনুসৰি ১ অক্টোবৰৰ পৰা নৱম, একাদশ আৰু স্নাতক মহলাৰ অফলাইন পাঠ্যক্ৰম আৰম্ভ কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল।

যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল ৰাজ্যৰ বিদ্যালয়সমূহ। ইতিমধ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অফলাইন মাধ্যমেৰে আৰম্ভ হৈছে।

দীৰ্ঘদিন ধৰি কৰ’ণাৰ বাবে অনলাইন পাঠ্যক্ৰম অব্যাহত হৈ আছিল। কিন্তু ৰাজ্যৰ প্ৰতিটো ছাত্ৰ-ছাত্ৰীৰ অনলাইন মাধ্যমৰ শিক্ষা গ্ৰহণ কৰাটো সম্ভৱপৰ নথকাত বহু ছাত্ৰ-ছাত্ৰীয়ে বিপাঙত পৰিছিল। ইয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মোবাইল ফোন প্ৰদানৰ কথাও ঘোষণা কৰিছিল।

ইতিধ্যে নৱম, একাদশ আৰু স্নাতক মহলাৰ শিক্ষাৰ্থীসকলৰ পাঠদানৰ বাবে বিদ্যালয়সমূহ ছেনিটাইজৰ কৰি পৰ্যাপ্ত সুবিধা উপলব্ধ কৰা হৈছে। শিক্ষাৰ্থীয়ে সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষাগ্ৰহণ কৰিব পৰাকৈ শ্ৰেণী কোঠাসমূহত ব্যৱস্থা কৰা হৈছে। শিক্ষক, শিক্ষয়ত্ৰীসকলেও ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে।

Tags: দশমনৱমবিদ্যালয়সমূহৰাজ্যস্নাতক মহলা
Previous Post

মহানগৰীত বিস্ফোৰক সামগ্ৰীৰ বেহাঃ ১৫ কোটি টকাৰ জিলেটিন ষ্টিক জব্দ

Next Post

স্মৃতি মান্ধানাৰ প্ৰথমটো চেঞ্চুৰীঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে স্মৃতিয়ে ৰচিলে অভিলেখ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
স্মৃতি মান্ধানাৰ প্ৰথমটো চেঞ্চুৰীঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে স্মৃতিয়ে ৰচিলে অভিলেখ

স্মৃতি মান্ধানাৰ প্ৰথমটো চেঞ্চুৰীঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে স্মৃতিয়ে ৰচিলে অভিলেখ

Emmanuel Mushahary

ইমানুৱেল মুছাহাৰীঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বড়ো জনজাতিক প্ৰতিষ্ঠা কৰিবলৈ ওলোৱা ব্যক্তিজন

আপুনি চেনি খাই নেকি!

আপুনি চেনি খাই নেকি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8