• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘চাহ বাগিচা ধন পুৰস্কাৰ মেলা’ অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণ

Manoranjan Majumder by Manoranjan Majumder
February 6, 2021
in অসম, গুৱাহাটী, সংবাদ
1 min read
0
nirmala sitharaman
Share on FacebookShare on Twitter

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শনিবাৰে অনুষ্ঠিত হয় চাহ বাগিচা ধন পুৰস্কাৰ বিতৰণ অনুষ্ঠান ।

চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ তৃতীয় পৰ্যায়ৰ বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে ।

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলী ।

তৃতীয় পৰ্যায়ত ৭,৪৬,৬৬৭ টা একাউণ্টত তিনি হাজাৰ টকাকৈ প্ৰদান কৰা হয় হিতাধিকাৰীক ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰদান কৰে ধনৰাশি ।

নিৰ্মলা সীতাৰমণে ভাষণত কয় যে, এতিয়াৰে পৰা চাহ বাগানৰ কৰ্মী সকলৰ ধন মধ্যভোগী দালালে আত্মসাৎ কৰিব নোৱাৰিব।

অসমৰ বেংক কৰ্মচাৰী সকলে মহামাৰীৰ সময়ত চাহ বাগান সমূহত গৈ একাউণ্ট খোলাত যি ভূমিকা পালন কৰিলে তাৰ বাবে তেওঁলোক ধন্যবাদ জ্ঞাপন কৰে।

এতিয়াৰ পৰা তেওঁলোকৰ প্ৰাপ্য ধন সমূহ প্ৰত্যক্ষ ভাবে তেওঁলোকৰ একাউণ্টত জমা হব।

২০২১ চনৰ বাজেটত ১০০০ কোটি টকা চাহ বাগিচাৰ কৰ্মী সকলৰ বাবে আৱণ্টন কৰা হৈছে।

ভাৰতৰ প্ৰত্যেক গৰাকী মানুহে ৰাতিপুৱা শুই উঠি প্ৰথম চাহ কাপেই হাতত লয়।

অসমৰ চাহ বাগিচা কোনো ডাঙৰ ডাঙৰ চহৰতকৈ কম নহয়।আত্মনিৰ্ভৰ ভাৰতত চাহ বাগিচা সমূহৰ বাবেও বহু আঁচনি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰী গৰাকীয়ে এ পি এছ চি ত সফলতা লাভ কৰা চাহ জনগোষ্ঠীৰ ছাত্র সকলক অভিনন্দন জ্ঞাপন কৰে।

তেখেতে চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ সন্তানক শিক্ষা প্ৰদান কৰাবলৈ অনুৰোধ জনায়।

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাব পৰাকৈ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ।

চাহ বাগিচা ধন পুৰস্কাৰ মেলা আঁচনিৰ বাবে কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ধন্যবাদ জনায় আৰু চাহ বাগিচাৰ কৰ্মী সকলৰ দৰমহা অতিশীঘ্ৰে বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই ।

 

 

Tags: 'চাহ বাগিচা ধন পুৰস্কাৰ মেলাHimanta Biswa SarmaNirmala SitharamanSarbananda Sonowalনির্মলা সীতাৰমণ
Previous Post

গাভৰু নৈৰ পাৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন  ভাস্কৰ্য শিল্পীৰ

Next Post

ভাৰত ৰত্নৰ দাবীদাৰ  উদ্যোগপতি ৰতন টাটা …?

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
ratan tata

ভাৰত ৰত্নৰ দাবীদাৰ  উদ্যোগপতি ৰতন টাটা …?

fire

BREAKING: গুৱাহাটীৰ 'আণ্ডাৰ ডগচ' বাৰত জুই

assam police

১৫ ফেব্ৰুৱাৰীৰ পৰা অসম পুলিচ কনিষ্টবল পদৰ PST আৰু PET ৰ পৰীক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8