• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এন আৰ চি-ক লৈ শীতল ৰাজনীতি

Manoranjan Majumder by Manoranjan Majumder
February 12, 2021
in অসম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
NRC
Share on FacebookShare on Twitter

 

এন আৰ চি অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এতিয়া সম্পূৰ্ণ ৰাজনীতিৰ মেৰপেচত সোমাই পৰিছে ৷

কলকাতাৰ এখন জনসভাত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয় যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে ভেকচিন দিয়া প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতেই দেশত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হ’ব।

লগতে বিৰোধী দলসমূহক আইন খনৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হোৱা বুলি কটূ সমালোচনা কৰে।

ইয়াৰোপৰি শ্বাহে আশ্বাস দিয়ে যে এই সংশোধিত আইনখনে ভাৰতীয় মূলৰ ৰ্ধমীয় সংখ্যালঘু সম্প্ৰদায়সমূহৰ কোনোধৰণৰ ক্ষতি সাধন নকৰে ৷ দেশৰ শাসকগোষ্ঠী দৌৰিছে ভোট বেংকক লৈ ৷

আনহাতে বিৰোধী ৰাজনৈতিক দলসমূহে পূৰ্বৰে পৰা জনতাক অৱগত কৰাই আহিছে যে এই অনুপ্ৰৱেশকাৰীসকল খিলঞ্জীয়াৰ বাবে ভাবুকি স্বৰূপ ৷

এই সন্দৰ্ভত ইণ্ডিয়া টুডে কনক্লেভ’ত প্ৰাক্তন মুখ্য ন্যায়াধীশেৰে মত বিনিময়ত ৰঞ্জন গগৈও এইদৰে কয় যে এন আৰ চি ৰাজনীতিকৰ মাজৰ এক ডাঙৰ খেল ৷

কংগ্ৰেছ নাইবা বিজেপিয়ে কোনেও এন আৰ চি নিবিচাৰে ৷

আদালতে যিখিনি কৰিব পাৰে , সেইখিনি কৰিছে ৷

এন আৰ চি এক ভিজন ডকুমেন্ট, ভৱিষ্যতৰ বাবে এই ডকুমেন্ট ৷

উল্লেখ্য, আজি ৫০ বছৰে অসমত ইয়াক লৈ এখন শীতল ৰাজনীতি চলি আহিছে ৷

নাগৰিকত্ব সংশোধনী আইন অসমবাসীৰ মাজত যি ধুমূহা সৃষ্টি কৰিছিল সেয়া শাসকগোষ্ঠীৰ জ্ঞাত ৷

ইয়াৰ পিছতো অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিৰ্বাচনৰ পিছতেই এন আৰ চি কাৰ্যকৰী হ’ব বুলিও মন্তব্য কৰিছে ৷

বিধানসভাৰ নিৰ্বাচনত জনসাধাৰণৰ ভোটে নিৰ্ধাৰন কৰিব প্ৰকৃততে জনতাই এন আৰ চি বিচাৰে নে নিবিচাৰে ?

Tags: Amit ShahHimanta Biswa SarmaNRCPM MODI
Previous Post

নুমলীগড় শোধনাগাৰৰ অংশীদাৰিত্ব বিক্ৰী ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ

Next Post

পশ্চিমবংগত মমতাৰ খং; কিন্তু কিয়…?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পশ্চিমবংগত মমতাৰ খং; কিন্তু কিয়…?

পশ্চিমবংগত মমতাৰ খং; কিন্তু কিয়...?

petrol

ভাল খবৰ! আজি মাজনিশাৰে পৰা দাম কমিব পেট্ৰল-ডিজেল-সুৰাৰ

সুখবৰ; ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৯খনকৈ কেঞ্চাৰ হাস্পতাল

সুখবৰ; ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৯খনকৈ কেঞ্চাৰ হাস্পতাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8