• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশত দ্ৰুত গতিত বিয়পিছে অমিক্ৰণ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 27, 2021
in সংবাদ, ৰাষ্ট্ৰীয়
1 min read
0
অ’মিক্রনত আক্রান্ত ৩৫০ৰো অধিক; নিৰ্বাচন বন্ধ কৰাৰ আহ্বান ন্যায়াধীশৰ
Share on FacebookShare on Twitter

দেশত কোৰোনাৰ নতুন ভেৰিয়েন্ট অমিক্ৰণ দ্ৰুত গতিত বৃদ্ধি হৈ ভয়ংকৰ ৰূপ লৈছে। এতিয়ালৈকে ১৯খন ৰাজ্যত সংক্ৰমিত হৈছে অমিক্ৰণ। দেশত সৰ্বমুঠ ৫২৯গৰাকী লোক আক্ৰান্ত হৈছে অমিক্ৰণত। এতিয়ালৈকে মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে অমিক্ৰণত। ১৪১গৰাকীকৈ লোক মহাৰাষ্ট্ৰত অমিক্ৰণত আক্ৰান্ত হৈছে।
আনহাতে, দিল্লীত ৭৯গৰাকী, গুজৰাটত ৪৯গৰাকী, তেলংগানাত ৪৪গৰাকী, কেৰালাত ৫৭গৰাকী, তামিলনাডুত ৩৪গৰাকী, কৰ্ণাটকত ৩৮গৰাকী, ৰাজস্থানত ৪৩গৰাকী, হাৰিয়ানাত ১০গৰাকী, মধ্যপ্ৰদেশত ৯গৰাকী, উৰিষ্যাত ৮গৰাকীকৈ লোক আক্ৰান্ত হৈছে অমিক্ৰণত।
অন্ধ্ৰপ্ৰদেশত ৬গৰাকী, পশ্চিমবংগত ৬গৰাকী, জম্মু-কাশ্মীৰত ৩গৰাকীকৈ লোক আক্ৰান্ত হৈছে অমিক্ৰণত। ইফালে দেশত কোৰোনাৰ সংক্ৰমণৰ হাৰো ০.৫শতাংশ বৃদ্ধি হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা দিল্লীত আৰম্ভ হব নাইট কাৰ্ফিউ।

Previous Post

হস্তীৰ কন্যা প্ৰতিমা বৰুৱা

Next Post

তিনিবছৰত ১০০ কোটিৰো অধিক জৰিমনা সংগ্ৰহ পৰিবহন বিভাগৰ

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
Next Post
তিনিবছৰত ১০০ কোটিৰো অধিক জৰিমনা সংগ্ৰহ পৰিবহন বিভাগৰ

তিনিবছৰত ১০০ কোটিৰো অধিক জৰিমনা সংগ্ৰহ পৰিবহন বিভাগৰ

আৰম্ভ হ’ল সত্ৰৰ ভূমি বেদখলৰ জৰীপ!

আৰম্ভ হ'ল সত্ৰৰ ভূমি বেদখলৰ জৰীপ!

১০ জানুৱাৰীৰ পৰা কোভিড-১৯ বুষ্টাৰ ড’জ প্ৰক্ৰিয়া আৰম্ভ

১০ জানুৱাৰীৰ পৰা কোভিড-১৯ বুষ্টাৰ ড'জ প্ৰক্ৰিয়া আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8