• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 23, 2023
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ
Share on FacebookShare on Twitter

অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ পৰিবহণ বিভাগে প্ৰায় নিয়মীয়াকৈ ৰাজহুৱা ঘোষণা, সজাগতা অনুষ্ঠান আদিৰ জড়িয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজত জনসচেতনতা সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এনেক্ষেত্ৰতো বহু যান-বাহনৰ গৰাকীয়ে আজিও নথিপত্ৰ নৱীকৰণ নকৰাৰ লগতে যাৱতীয় কৰ-কাটল আদায় নিদিয়াকৈ সম্পূৰ্ণ অন্যায়ভাৱে যানবাহন চলাই সুৰক্ষিত যাতায়তত ব্যাঘাট জন্মোৱা কাৰ্যই সকলোকে হতচকিত কৰিছে৷ সেয়ে এনে বাহনৰ বিৰুদ্ধে আগন্তুক ১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগে তীব্ৰতৰ কৰি তুলিব “অভিযান কুৰুক্ষেত্ৰ”৷

এই সন্দৰ্ভত বিভাগৰ এক উচ্চস্তৰীয় দল সাজু কৰি “অভিযান কুৰুক্ষেত্ৰ” আৰম্ভ কৰিব বুলি সদৰি কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ দায়িত্ববাহী পৰিবহণ বিষয়া গৌতম দাসে কয় যে আগন্তুক ৩১জানুৱাৰীৰ আগতে সকলোৱে যানবাহনৰ যাৱতীয় নথিপত্ৰ নৱীকৰণ কৰক, লগতে যান-বাহনৰ যাৱতীয় কৰ-কাটলসমূহ আদায় দিয়ক, কিয়নো ৰাজপথৰ সুৰক্ষিত যাতায়াতৰ প্ৰথম আৰু প্ৰধান চত্তটোৱে হৈছে নথিপত্ৰসমূহ নৱীকৰণ কৰি বাহনখন বৈধ কৰি ৰখা৷ যান-বাহনৰ কৰ-কাটল সময়মতে আদায় দি নথি-পত্ৰসমূহ নৱীকৰণ কৰি নাৰাখিলে বাহনখন কেতিয়াও বৈধ বুলিব নোৱাৰি, অবৈধভাৱে কোনো বাহনেই পথত চলা উচিত নহয়৷ পৰিবহণ বিভাগে কোনো অবৈধ বাহনকে কেতিয়াও পথত চলিবলৈ নিদিয়ে সেয়ে অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত বিভিন্ন বিভাগৰ সহযোগত পৰিবহণ বিভাগে পাৰ্যমানে প্ৰচেষ্টা চলাই আহিছে৷ ইমানৰ পিছতো এই গুৰুত্বপূৰ্ণ বিষয়টো আওকাণ কৰি বিনাদ্বিধাই যানবাহন চলাই অনাকাংক্ষিত দুৰ্যোগ, দুৰ্ঘটনা মাতি অনা যানবাহনক ন্যায়ৰ যুঁজত অবতীৰ্ণ কৰিবলৈকে পৰিবহণ বিভাগে “অভিযান কুৰুক্ষেত্ৰ” তীব্ৰতৰ কৰিব। উল্লেখ্য যে, যান-বাহনৰ নথি-পত্ৰসমূহ বৈধ কৰি ৰখা বাহনৰ গৰাকীৰ প্ৰতি সন্মান জনাই ৰাজপথৰ ন্যায়-অন্যায়ৰ যুঁজত অন্যায়ভাৱে চলি থকা যান-বাহন ধৰা পৰিলেই বৃহৎ পৰিমানৰ জৰিমনা ভৰাৰ উপৰি গাড়ীখন জব্দ আৰু প্ৰয়োজন সাপেক্ষে অনুজ্ঞাপত্ৰ বাতিল হ’ব পাৰে বুলিও সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে কয়৷

Previous Post

লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্মভূমি সম্বলপুৰৰ সাধনা গৃহৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ

Next Post

সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ মন্ত্ৰী অতুল বৰাৰ কঠোৰ নিৰ্দেশ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ মন্ত্ৰী অতুল বৰাৰ কঠোৰ নিৰ্দেশ

সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ মন্ত্ৰী অতুল বৰাৰ কঠোৰ নিৰ্দেশ

ডালমিয়া ভাৰত ফাউণ্ডেচনৰ দ্বাৰা মহিলাৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন

ডালমিয়া ভাৰত ফাউণ্ডেচনৰ দ্বাৰা মহিলাৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8