• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দুই এজন হালধীয়া সাংবাদিকৰ প্ৰতি আমি জাগি উঠিমঃ পৰেশ বৰুৱা

Manoranjan Majumder by Manoranjan Majumder
April 30, 2021
in অসম, সংবাদ
1 min read
0
দুই এজন হালধীয়া সাংবাদিকৰ প্ৰতি আমি জাগি উঠিমঃ পৰেশ বৰুৱা
Share on FacebookShare on Twitter

ONGCৰ কৰ্মচাৰীক অপহৰণ কৰা প্ৰসংগত মাত মাতিলে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।

বৃহস্পতিবাৰে জি পি সিঙে স্পষ্টভাৱে কৈছিল যে, ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া আলফাৰ জিম্মাত আছে।

আলফাক আহ্বানো জনাইছিল যে, অসমীয়া হিচাপে ৰিতুল শইকীয়াক মুকলি কৰি দিয়ক।

কিন্তু এতিয়া আলফা আৰু সেনা-আৰক্ষীৰ মাজত চলিছে বোকা ছটিওৱা খেল।

আচলতে কাৰ জিম্মাত আছে অপহৃত কৰ্মচাৰীজন?

এফালে আলফাই দোষ দিছে সেনা-আৰক্ষীক, আনফালে আৰক্ষীয়ে দোষ জাপি দি আছে আলফাৰ ওপৰত। অপহৃত কৰ্মচাৰীজনক লৈ এতিয়া মাত মাতিবলৈ বাধ্য হ’ল পৰেশ বৰুৱা।

পৰেশ বৰুৱাই কোৱা অনুসৰি, লাকুৱা তৈল ক্ষেত্ৰৰ পৰা ONGCৰ তিনিজন কৰ্মচাৰীক অপহৰণ কৰা কাণ্ডত সংযুক্ত মুক্তি বাহিনী অসম(স্বা) অৰ্থাৎ আলফা জড়িত থকাৰ কথা গম পোৱাৰ পিছৰে পৰা অসম আৰক্ষী আৰু সেনাবাহিনীয়ে তীব্ৰ অভিযান চলাইছিল ।

অ’এনজিচিৰ কৰ্মচাৰী ক্ৰমে মোহিনী মোহন গগৈ, চিপিএফ-১২৮৮৩৩ (জুনিয়ৰ টেকনিচিয়ান, প্ৰডাকচন), ৰিতুল শইকিয়া, চিপিএফ–১৩২৩৪৬৬ (জুনিয়ৰ টেকনিচিয়ান, প্ৰডাকচন), অলকেশ শইকীয়া, চিপিএফ – ১৩৭৯৯৫, (জুনিয়ৰ ইঞ্জিনিয়াৰিং এচিষ্টেণ্ট, প্ৰডাকচন) তিনিজনৰ দুজনক আৰক্ষীয়ে উদ্ধাৰ কৰিছিল কিন্তু ৰিতুল শইকীয়াৰ সন্ধান এতিয়ালৈ উলিয়াব পৰা নাই ।

ৰিতুল শইকীয়াৰ প্ৰসংগত পৰেশ বৰুৱাই কয় যে, ONGCৰ কৰ্মী ৰিতুল শইকীয়া আমাৰ জিম্মাত নাই।

অসম আৰক্ষী আৰু সেনাই জানে ৰিতুল ক’ত আছে ।

তিনিওজন অসমীয়াকে আমি ভাল ব্যৱহাৰ কৰিছিলো যিহেতু আমিও অসমীয়া ।

গুলিয়াগুলীৰ পিছত আমাৰ দায়িত্ব নাই,আমি গম নাপাওঁ তেওঁ ক’ত আছে ।

সেনাই অভিযান সামৰা বুলি গম পালেই আমি ৰিতুলৰ সন্ধান কৰিম, আমি অ’এনজিচিৰ কৰ্মচাৰী বুলি লৈ আহিছিলো কিন্তু অসমীয়া বুলি পাছতহে গম পাইছো।

ৰিতুলৰ দায়িত্ব সেনা বাহিনী আৰু অসম আৰক্ষীৰ,স্বয়ং মুখ্যমন্ত্ৰীয়েও এই দাবী কৰিছে ।

কিছুমান সাংবাদিক আছে যিবোৰে এনআৰচিৰ নামত লুটি পুতি টকা খালে, ভাওনাৰ দৰে বচন বুলিলেই সকলো সমাধান নহয় ।

আমি তেওঁলোকক সকিয়াই দিছো,দুই এজন হালধীয়া সাংবাদিকৰ প্ৰতি আমি জাগি উঠিম ।”

Photo: Google

Tags: Assam PolicekidnapONGCৰ কৰ্মীUlfa(I)অপহৰণঅসম আৰক্ষীআলফা (স্বাধীন)পৰেশ বৰুৱা
Previous Post

ক’ৰোনাৰ ত্ৰাস; এটা দিনতে ২৬জনে হেৰুৱালে প্ৰাণ

Next Post

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল দেশৰ প্ৰাক্তন এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজীৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল দেশৰ প্ৰাক্তন এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজীৰ

ক'ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ'ল দেশৰ প্ৰাক্তন এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজীৰ

ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হ’ল দিল্লীত কৰ্মৰত অসমৰ জ্যেষ্ঠ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ

ক'ৰোনা আক্ৰান্ত হৈ মৃত্যু হ'ল দিল্লীত কৰ্মৰত অসমৰ জ্যেষ্ঠ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ

নতুনকৈ অক্সিজেন প্ৰকল্প স্থাপন কৰা হ’ল মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত

নতুনকৈ অক্সিজেন প্ৰকল্প স্থাপন কৰা হ'ল মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8