• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীৰ প্ৰধান সমস্যাসমূহৰ ওপৰত ‘Let’s Get Involved 1.0′ নামৰ এক বিশেষ কৰ্মশালাৰ আয়োজন!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 21, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
গুৱাহাটীৰ প্ৰধান সমস্যাসমূহৰ ওপৰত ‘Let’s Get Involved 1.0′ নামৰ এক বিশেষ কৰ্মশালাৰ আয়োজন!
Share on FacebookShare on Twitter

গুৱাহাটীস্থিত সামাজিক উদ্যোগ আৰু নাগৰিক সমাজৰ সংগঠন, GAMOF ( Green and Active Mobility Forum)-ৰ উদ্যোগত Let’s Go Involved নামৰ এক কৰ্মশালাৰ আয়োজন কৰিছে, য’ত চহৰখনৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে সমস্যাসমূহৰ সমাধান বিচাৰিবলৈ তেওঁলোকে গুৱাহাটীৰ নাগৰিকসকলক আমন্ত্রণ জনাইছে।

Let’s Get Involved (কৰ্মশালা)ৰ ১ম সংস্কৰণত অংশগ্ৰহণ কৰি ২০৩০ চনৰ ভিতৰত গুৱাহাটীক এখন আদৰ্শ চহৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যৰে কর্মশালাত অংশগ্রহণ কৰিবলৈ https://forms.gle/maбaUZalipNhU9f27 লিংকৰ জৰিয়তে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে GAMOF এ। মাত্র ৩০ জনৰ বাবেআসন আছে। (অংশগ্ৰহণকাৰীসকল ১৬ বছৰৰ ওপৰৰ যিকোনো পেছাৰ হ’ব পাৰে। পঞ্জীয়ন মাচুল ৩৯৯/- টাকা। আগতীয়াকৈ পঞ্জীয়নৰ বাবে ৰেহাইৰ পৰিমাণ ২৯৯/- টকা (২০২২ চনৰ ২২ অক্টোবৰলৈকে)। মাচুলটো ৰিফেছমেণ্ট, অংশগ্ৰহণকাৰী কিট আৰু এক্টিভিটি মেটেৰিয়েলৰ বাবে। অধিক বিৱৰণ GAMOF Green and Active Mobility Forum ৰ ৱেবছাইট বা ছ’চিয়েল মিডিয়া পেজত পোৱা যাব ।

সংস্থাটোৱে নির্দিষ্ট বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি যথা সময়ত এনে একাধিক কৰ্মশালাৰ আয়োজন কৰাৰ মনস্থ কৰিছে। প্ৰতি বছৰে ৩১ অক্টোবৰত উদযাপন কৰা বিশ্ব নগৰ দিৱস উপলক্ষে অহা ৩০ অক্টোবৰ ২০২২ তাৰিখে ১ম সংস্কৰণৰ কৰ্মশালাৰ আয়োজন কৰিছে।

Previous Post

২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হব: জৰ্জ ছেৰিয়ান

Next Post

সংকটজনক অৱস্থাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সংকটজনক অৱস্থাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা

সংকটজনক অৱস্থাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা

অন্নপূৰ্ণা গ্ৰুপে মুকলি কৰে ভিজন ২০২৫

অন্নপূৰ্ণা গ্ৰুপে মুকলি কৰে ভিজন ২০২৫

সূৰ্য্য চিমেন্টে দীপান্বিতাৰ বতৰত অনাথ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ আনিছে আনন্দৰ বতৰা

সূৰ্য্য চিমেন্টে দীপান্বিতাৰ বতৰত অনাথ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ আনিছে আনন্দৰ বতৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8