• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘সুৰক্ষিত অঞ্চল’ হিচাপে ঘোষণা দিছপুৰৰ কেইবাটাও স্থান

Manoranjan Majumder by Manoranjan Majumder
February 6, 2021
in অসম, গুৱাহাটী, সংবাদ
1 min read
0
dispur
Share on FacebookShare on Twitter

কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে দিছপুৰৰ কেইবাটাও স্থান ‘সুৰক্ষিত অঞ্চল’ হিচাপে ঘোষণা কৰিছে।

শনিবাৰে এই কথা ঘোষণা কৰি জিলা প্ৰশাসনে অঞ্চলসমূহত অচিনাক্ত ব্যক্তিৰ প্ৰৱেশত বাধা আৰোপ কৰিছে।

অঞ্চলৰ আৱাসী আৰু চৰকাৰী কৰ্মচাৰীসকলহে প্ৰৱেশ কৰিব পাৰিব এই অঞ্চলসমূহত।

গনেশগুৰি উৰণীয়া সেতুৰ পৰা চুপাৰ মাৰ্কেট পুলিচ পইণ্টলৈ জি এচ ৰোডৰ দক্ষিণ অংশ, চুপাৰ মাৰ্কেট পুলিচ পইণ্টৰ পৰা লাষ্ট গেট, লাষ্ট গেটৰ পৰা অসম লাইব্ৰেৰী এচচিয়েচনৰ প্ৰৱেশ পথলৈ আৰু গনেশ মন্দিৰৰ পৰা গনেশগুৰি চাৰিআলিলৈকে এই অঞ্চলসমূহ ‘সুৰক্ষিত অঞ্চল’ হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ।

কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে এই ক্ষেত্ৰত জাৰি কৰিছে কিছু নিৰ্দেশনা।

অঞ্চলৰ আৱাসী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাদে ‘সুৰক্ষিত অঞ্চল’ ত প্ৰৱেশ কৰিবলৈ অন্য ব্যক্তিয়ে ল’ব লাগিব জিলা দণ্ডাধীশৰ অনুমতি।

দণ্ডাধীশ অথবা আৰক্ষী আয়ুক্তই নিয়োগ কৰা বিষয়াৰ অনুমতি লৈহে প্ৰৱেশ কৰিব পাৰিব এই অঞ্চলত ।

উল্লেখ্য, নিৰ্দেশনা অমান্য কৰা ব্যক্তিক উপযুক্ত শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশ কৰে প্ৰশাসনে ।

 

 

Tags: AssamdispurGuwahatiprotected areaঅসমসুৰক্ষিত অঞ্চল
Previous Post

৭ ফেব্ৰুৱাৰীত অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Next Post

গাভৰু নৈৰ পাৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন  ভাস্কৰ্য শিল্পীৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
pm

গাভৰু নৈৰ পাৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন  ভাস্কৰ্য শিল্পীৰ

nirmala sitharaman

'চাহ বাগিচা ধন পুৰস্কাৰ মেলা' অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণ

ratan tata

ভাৰত ৰত্নৰ দাবীদাৰ  উদ্যোগপতি ৰতন টাটা …?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8