• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানকোঠত যাত্ৰীয়ে ঘূৰাই পালে হেৰুৱা টকাসহ মূল্যবান নথিপত্ৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 11, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
বৰঝাৰ বিমানকোঠত যাত্ৰীয়ে ঘূৰাই পালে হেৰুৱা টকাসহ মূল্যবান নথিপত্ৰ
Share on FacebookShare on Twitter

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত যাত্ৰীৰ সুৰক্ষা আৰু আৰামদায়ক যাত্ৰাৰ প্ৰতি অধিক গুৰুত্ব দি আহিছে বিমানকোঠটো পৰিচালনা কৰি অহা কৰ্তৃপক্ষই। ১০ অক্টোবৰত ধীৰেণ ডেকা নামৰ বাহিৰৰ পৰা বিমানৰে অহা এজন যাত্ৰীয়ে বিমানকোঠৰ পৰা নিজ ঘৰলৈ ৰাওনা হোৱৰ সময়ত অজানিতে সৰহ পৰিমানৰ নগদ টকাসহ পেন কাৰ্ড, আধাৰ কাৰ্ড, এ টি এম কাৰ্ডকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ নথিপত্ৰ পেলাই থৈ যায়।

কিন্ত জি আই এ এলৰ মানৱ বড়ো নামৰ এজন নিষ্ঠাবান সুৰক্ষা কৰ্মীয়ে উক্ত টকা আৰু নথিপত্ৰ ততালিকে ‘হেৰুৱা আৰু ঘূৰাই পোৱা’ বিভাগত জমা কৰি দিয়ে। সেই নথিপত্ৰৰ পৰা ধীৰেণ ডেকাৰ যোগাযোগৰ নম্বৰ সংগ্ৰহ কৰি বিমানকোঠ কতৃপক্ষৰ দায়িত্ববাহী বিষয়াই তেওঁক সম্পূৰ্ণভাৱে ঘূৰাই দিয়ে বুলি বিমানকোঠৰ মুখপাত্ৰই জানিবলৈ দিয়ে।

Previous Post

ৰাণীৰ বাকাৰাপাৰাত মৃত বনৰীয়া হাতী উদ্ধাৰ

Next Post

লক্ষ্মী পূজাৰ সোণালী জয়ন্তীত “চক্ৰবেহু” নাট মঞ্চস্থ

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
লক্ষ্মী পূজাৰ সোণালী জয়ন্তীত “চক্ৰবেহু” নাট মঞ্চস্থ

লক্ষ্মী পূজাৰ সোণালী জয়ন্তীত "চক্ৰবেহু" নাট মঞ্চস্থ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব ‘পৰম কামৰূপা’ আৰু ‘সমীৰ’

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব 'পৰম কামৰূপা' আৰু 'সমীৰ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8