• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানবন্দৰত ২৪ ঘন্টাই উপলব্ধ হ’ব যাত্ৰী সুৰক্ষা সেৱা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 5, 2022
in সংবাদ, অসম, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
বৰঝাৰ বিমানবন্দৰত ২৪ ঘন্টাই উপলব্ধ হ’ব যাত্ৰী সুৰক্ষা সেৱা
Share on FacebookShare on Twitter

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠৰ নতুন পৰিচালনা প্ৰতিষ্ঠান গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডে মহিলা যাত্ৰীসকলৰ লগতে অনান্য যাত্ৰীসকলক সহায় কৰিবলৈ কেতবোৰ ব্যবস্থা গ্ৰহণ কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য ব্যবস্থটো হৈছে, আগমন কক্ষৰ সমুখভাগত ইউনিফৰ্ম পৰিহিত সুৰক্ষাকৰ্মী অহৰ্নিশে মজুত থাকিব। অকলশৰীয়া মহিলা যাত্ৰী নতুবা সহায়ৰ প্ৰয়োজন হোৱা আন যাত্ৰীসকলে টেক্সি নতুবা আন যান-বাহন ভাড়া কৰাৰ সময়ত তেওঁলোকৰ সহায় ল’ব পাৰিব। তদুপৰি, যাত্ৰা কৰি থকাৰ সময়ত কিবা অসুবিধা হ’লে জনাব পৰাকৈ সেই সুৰক্ষাকৰ্মীসকলে তেওঁলোকৰ নাম আৰু মোবাইল নম্বৰ লিখা এটা সৰু কাগজৰ টুকুৰা যাত্ৰীৰ হাতত তুলি দিব। দিনটোত সৰ্বমুঠ তিনিজন সুৰক্ষাকৰ্মীয়ে চৌবিশ ঘন্টাই যাত্ৰীসকলৰ সহায়ৰ নিমিত্তে এই সেৱা প্ৰদান কৰিব। অবশ্যে নিৰ্দিষ্ট সময় পাৰ হৈ যোৱাৰ পিছত এই নম্বৰৰ পৰা বিমানকোঠৰ আন সুবিধা সম্পৰ্কে কোনো তথ্য লাভ কৰিব পৰা নাযাব। ইয়াৰোপৰি অচিৰেই আগমন কক্ষৰ সমুখভাগ চি চি টিভিৰ দ্বাৰা পৰ্যবেক্ষণ কৰি থাকিবলৈ বিমান কোঠটোৰ পৰিচালন সংস্থা গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডে পৰিকল্পনা কৰিছে।

Previous Post

মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পাটোৱাৰীৰ

Next Post

৯ মাহত পৰিবহণ বিভাগৰ জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটিতকৈও অধিক টকা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
৯ মাহত পৰিবহণ বিভাগৰ জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটিতকৈও অধিক টকা

৯ মাহত পৰিবহণ বিভাগৰ জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটিতকৈও অধিক টকা

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনোত্তৰ হিংসা; কেইবাজনো আহত

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনোত্তৰ হিংসা; কেইবাজনো আহত

নতুনকৈ ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি হ’ল কামৰূপ মহানগৰ জিলাত

নতুনকৈ ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি হ'ল কামৰূপ মহানগৰ জিলাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8