• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সদৌ অসম একত্ৰিত যুৱ ছাত্ৰ পৰিষদৰ ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক অনুষ্ঠান

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in সংবাদ, অসম
1 min read
0
সদৌ অসম একত্ৰিত যুৱ ছাত্ৰ পৰিষদৰ ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক অনুষ্ঠান
Share on FacebookShare on Twitter

দুৰ্বল শ্ৰেণীৰ লোকক অলপ সহায় আগবঢ়োৱাৰ উদ্দেশ্য লৈ সদৌ অসম একত্ৰিত যুৱ ছাত্ৰ পৰিষদে ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক এলানী ধাৰাবাহিক জনকল্যাণমূলক কাৰ্যসূচী হাতত লৈছে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা সমিতিৰ সহযোগত উক্ত কাৰ্যসূচী মৰ্মে ২২ মাৰ্চত সাহাৰ্য বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। পলাশবাৰী ৰাজহ চক্ৰৰ আমৰাঙ্গা–বৰিহাট ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ প্ৰাংগনত অনুষ্ঠিত এই কাৰ্যসূচীত কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত টিনপাত, বিচনাপত্ৰ, ৰেচনপাতিকে ধৰি বিভিন্ন সাহাৰ্য বিতৰণ কৰে। লগতে বহু কেইজন চিকিৎসাধীন ব্যক্তিৰ ঔষধ–পাতিৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে। অচিৰেই দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ–ছাত্ৰীসকলৰ বাবে বিনামূলীয়া নিৱাসৰ ব্যৱস্থাও গ্ৰহণ কৰিব বুলি সংগঠনৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।

আজি কেইবাবছৰ ধৰি সংগঠনটোৱে সমগ্ৰ ৰাজ্যখনৰ কিছু সংখ্যক দৰিদ্ৰলোকৰ মাজত সাহাৰ্য বিতৰণ কৰি আহিছে বুলি সংগঠনটোৰ সভাপতি বিদ্যুৎ কলিতাই প্ৰকাশ কৰিছে। লগতে এই সাহাৰ্য কাৰ্যসূচীৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব বুলিও ব্যক্ত কৰে। আজিৰ অনুষ্ঠানটোত সভাপতি বিদ্যুৎ কলিতাৰ লগতে সংগঠনটোৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

সুৰজিৎ একাডেমীত ‘বিশ্ব মূকাভিনয় দিৱস’ পালন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সুৰজিৎ একাডেমীত ‘বিশ্ব মূকাভিনয় দিৱস’ পালন

সুৰজিৎ একাডেমীত 'বিশ্ব মূকাভিনয় দিৱস' পালন

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পদত মীৰা বৰঠাকুৰ

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পদত মীৰা বৰঠাকুৰ

টোলগেট সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা

টোলগেট সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8