• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰামৰ দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কেতিয়া? – পেট্ৰ’লিয়াম মন্ত্ৰীলৈ প্ৰশ্ন

Manoranjan Majumder by Manoranjan Majumder
February 11, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ৰামৰ দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কেতিয়া? – পেট্ৰ’লিয়াম মন্ত্ৰীলৈ প্ৰশ্ন
Share on FacebookShare on Twitter

বুধবাৰে সমাজবাদী পাৰ্টিৰ সাংসদ বিশম্ভৰ প্ৰসাদ নিশাদৰ এটা প্ৰশ্নই ৰাজ্যসভাৰ মহল গহীন কৰি তোলে ৷

কেন্দীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ৰাইজৰ পক্ষত থিয় হৈ সাংসদ বিশম্ভৰে প্ৰশ্ন কৰে যে ৰামৰ দেশত পেট্ৰ’লৰ মূল্য কেতিয়া হ্ৰাস হ’ব ?

সাংসদ বিশম্ভৰে ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এনেদৰে উভতি ধৰি কয় যে  সীতাৰ ঘৰ নেপালত আৰু ৰাৱণৰ দেশ লংকাত পেট্ৰ’লৰ  মূল্য কম… আমাৰ ৰাম ৰাজ্যত কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য বেছি ৷

ৰামায়ণৰ উল্লেখ্যৰে কৰা এই প্ৰশ্নক কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত অতি  তীক্ষ্ণতাৰে প্ৰত্যুত্তৰ দিয়ে যদিও জনতাৰ স্বাৰ্থত তথা হিত বাবে শাসকগোষ্ঠী কৰা এনে ধৰণৰ প্ৰশ্নই সমাজ তথা দেশৰ উন্নতি সাধনত সহায় হয় ৷

উল্লেখ্য, বিৰোধী দল যিমানে শক্তিশালী তথা সক্ৰিয় হয় তেতিয়া জনতাৰ বাবে অধিক লাভজনক হয় ৷

Tags: Dharmendra PradhanRajya Sabhaসাংসদ বিশম্ভৰ প্ৰসাদ নিশাদ
Previous Post

উচ্চতম ন্যায়ালয়ত নাকচ কৃষক নেতা অখিল গগৈৰ জামিন আৱেদন

Next Post

সমাগত পশ্চিমবংগ নিৰ্বাচন, চিৰাঙত প্ৰচাৰ অমিত শ্বাহৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
amit shah

সমাগত পশ্চিমবংগ নিৰ্বাচন, চিৰাঙত প্ৰচাৰ অমিত শ্বাহৰ

Liquor in bihar

সুৰা নিষিদ্ধ ৰাজ্যত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা; নষ্ট কৰিবলৈ আৰক্ষীক লাগিল দুদিন

modi

কৃষকৰ পবিত্ৰ আন্দোলনক অপবিত্ৰ কৰি তোলা কোন এওলোক…?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8