• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

PF আৰু ইংক্ৰিমেণ্টৰ হ’ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকা ভিত্তিত কৰ্মচাৰীৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 14, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
PF আৰু ইংক্ৰিমেণ্টৰ হ’ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকা ভিত্তিত কৰ্মচাৰীৰ!
Share on FacebookShare on Twitter

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ দিলে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে। প্ৰভিডেন্ট ফাণ্ড আৰু ইংক্ৰিমেন্ট পাবলৈ বেছিদিন নালাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰীৰ। ৰঞ্জিত দাসে জানিবলৈ দিয়ে যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিত কৰ্মচাৰী সকলক চুক্তি অনুসৰি কোনো ধৰণৰ স্থায়ীকৰন আৰু দৰমহা বৃদ্ধিৰ কথা চুক্তিত উল্লেখ নাই।

তথাপিও কৰ্মচাৰী সকলৰ প্ৰতি মানৱতাৰ দৃষ্টিভংগীৰে চাই তেওঁলোকক প্ৰভিডেন্ট ফাণ্ডৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এককালীন ইংক্ৰিমেন্টৰ ব্যৱস্থা কৰিছে। মন্ত্ৰী ৰঞ্জিত দাসৰ দায়িত্বত থকাৰ সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৮ হাজাৰ কৰ্মচাৰীক প্রভিডেন্ট ফাণ্ডৰ ব্যৱস্থা কৰিছিল যি সুবিধা আগন্তুক দিনত লাভ কৰিব। প্ৰভিডেন্ট ফাণ্ড জমাৰ বাবে কৰ্মচাৰী সকলৰ দৰমহাৰ পৰা দুই হাজাৰ টকাকৈ কমিব পাৰে, সেইবাবে ইংক্ৰিমেন্টৰ ব্যৱস্থা কৰি সেই দৰমহা নকমাৰ ব্যৱস্থা কৰিবলৈ গুণাগঁথা কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

Previous Post

আগন্তুক তিনিদিন ধৰি অসমত হ’ব মুষলধাৰ বৰষুণ!

Next Post

গুৱাহাটীৰ আজিৰ দিনটোৰ ইটো-সিটোঃ কৃত্ৰিম বান, ভূমিস্খলন আৰু..

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটীৰ আজিৰ দিনটোৰ ইটো-সিটোঃ কৃত্ৰিম বান, ভূমিস্খলন আৰু..

গুৱাহাটীৰ আজিৰ দিনটোৰ ইটো-সিটোঃ কৃত্ৰিম বান, ভূমিস্খলন আৰু..

বুধবাৰে হ’ব ধাৰাসাৰ বৰষুণ! গুৱাহাটী মহানগৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ!

বুধবাৰে হ’ব ধাৰাসাৰ বৰষুণ! গুৱাহাটী মহানগৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ!

HDFC বেঙ্কে আৰু 100 XVC ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন

HDFC বেঙ্কে আৰু 100 XVC ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8