- বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন।
- অধিবক্তা সন্দীপ চমৰিয়াই দাখিল কৰিলে উক্ত আৱেদন।
- অসমৰ বানপানীক ৰাষ্ট্রীয় দুৰ্যোগ হিচাপে গণ্য কৰিবলৈ আবেদন।
- চৰকাৰী আঁচনিৰ জৰিয়তে বানাক্রান্তক সাহায্যৰ দিয়াৰ আহ্বান।
- শীঘ্রে ভঙা মথাউৰি মেৰামতি কৰি বন্যাৰ্তক সকাহ দিবলৈও আহ্বান।
- প্রথম শুনানিত উচ্চ ন্যায়ালয়ে চৰকাৰলৈ জাৰি কৰিছে জাননী।
- গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ২৫ জুলাই নিৰ্ধাৰণ।