• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বনানিকৰণক অধিক গুৰুত্ব দি ৩০০০হেক্টৰ ভূমিত হ’ব বৃক্ষৰোপন!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 13, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
বনানিকৰণক অধিক গুৰুত্ব দি ৩০০০হেক্টৰ ভূমিত হ’ব বৃক্ষৰোপন!
Share on FacebookShare on Twitter

বিগত দুইবছৰ পূৰ্বৰে পৰা এটা বিশেষ চক্ৰই হল্টুগাঁও বনাঞ্চলিক ক্ষেত্ৰত আৰু ৰাইমানা অভয়াৰণ্যত প্ৰচুৰ পৰিমানে গছ কাটি থকাৰ উপৰিও কিছু কিছু বনাঞ্চলত অসমৰে খিলঞ্জীয়া মানুহে অবৈধভাৱে বেদখল কৰি আছে, চৰকাৰে তেওঁলোকক অন্য ঠাইত সংস্থাপিত কৰিব আৰু ৩০০০ হেক্টৰ ভূমিত ধাৰাবাহিক বৃক্ষৰোপন কৰা হ’ব, এই মন্তব্য ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।

কোকৰাঝাৰৰ BTC সচিবালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , বিধায়ক জিৰণ বসুমতাৰী, কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, বনবিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে অনুষ্ঠিত হোৱা এক বৈঠকৰ পিছতে উক্ত মন্তব্য আগবঢায়।

বন আৰু পৰিৱেশক সুৰক্ষা দিয়াৰ উদ্দেশ্যৰে আজি BTC সচিবালয়ৰ প্ৰেক্ষাগৃহত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাইমানা অভয়াৰণ্যক অধিক উন্নত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰে যৌথভাৱে বনাঞ্চলৰ সুৰক্ষা, উন্নয়ন নিশ্চিত কৰাৰ লগতে বনানিকৰণক অধিক গুৰুত্ব দিয়া হব বুলি সদৰি কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়ঃ অজন্তা নেওগ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়ঃ অজন্তা নেওগ

ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়ঃ অজন্তা নেওগ

বানপানীৰ পিছত এতিয়া ৰাজ্যত ছোৱাইন ফ্লুৰ আতংক!

বানপানীৰ পিছত এতিয়া ৰাজ্যত ছোৱাইন ফ্লুৰ আতংক!

বিগত ২৪ ঘণ্টাত দেশত প্ৰায় ৫০০০ লোক ক’ৰোনাত আক্রান্ত

বিগত ২৪ ঘণ্টাত ৰাজ্যত ক'ভিডত আক্ৰান্ত ৪৩৪জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8