দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি সম্পৰ্কে বুজ লয়।
এই ৰাজ্য কেইখন হৈছে মণিপুৰ ,ছিকিম আৰু ত্ৰিপুৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে এই ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী সকলৰ হৈছে শেহতীয়া ক’ৰোনা পৰিস্থিতি সম্পৰ্কে বাৰ্তালাপ কৰে।
I’m grateful to the Hon’ble PM Shri @narendramodi Ji & HM Shri @AmitShah Ji for calling me to assess the Covid-19 situation in Manipur & assuring of every necessary assistance. Their concern & support have always uplifted our spirit and we believe we can win this fight very soon.
— N.Biren Singh (Modi Ka Parivar) (@NBirenSingh) May 7, 2021
লগতে ৰাজ্য কেইখনৰ স্বাস্থ্য সেৱা ,অক্সিজেন আৰু ক’ৰোনা প্ৰতিষেধক অভিযান সম্পৰ্কেও আলোচনা কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য কেইখনক ক’ৰোনাৰ এই যুঁজত কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহযোগ আগবঢ়াই যাব বুলি আশ্বাস প্ৰদান কৰিছে।
Thank you Hon’ble PM Shri @narendramodi ji & GOI for providing 60 oxygen concentrators to help people of Tripura in its battle against #COVID19.
I appeal everyone to maintain Social Distancing, Wear Mask and follow Covid related protocols together we will defeat COVID. pic.twitter.com/mjeanSkosd
— Biplab Kumar Deb (MODI Ka Parivar) (@BjpBiplab) May 7, 2021
Photo Credit : Google