• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গাভৰু নৈৰ পাৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন  ভাস্কৰ্য শিল্পীৰ

Manoranjan Majumder by Manoranjan Majumder
February 6, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
pm
Share on FacebookShare on Twitter

অসম বিধানসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী।

নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ আগমণ ঘটিছে ইজনৰ পিছত সিজন কেন্দ্ৰীয় মন্ত্ৰী-নেতাৰ।

চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰা হৈছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত।

প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে ঢেকিয়াজুলিত উপস্থিত হৈ প্ৰস্তুতি নিৰীক্ষণ কৰিছে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীকে ধৰি বিজেপিৰ নেতা-বিধায়কসকলে।

উল্লেখযোগ্য যে, দেওবাৰে শোণিতপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে বিশাল জনসভা সম্বোধন কৰাৰ লগতে দুখনকৈ দলঙৰ আধাৰশিলাও উদ্বোধন কৰিব।

উল্লেখ্য, প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে গাভৰু নৈৰ বলুকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চিত্ৰ অংকণ কৰি ঢেকিয়াজুলিলৈ আদৰণি জনালে এগৰাকী ভাস্কৰ্য শিল্পীয়ে।

কুলেশ দাস, ঘনশ্যাম নেপাল, যীচু হাজৰিকা, ৰঞ্জন দাহাল, পৰেশ নাথ, যুগল নাথ আৰু জিতুমণি দেৱীক সহযোগী হিচাপে লৈ ঢেকিয়াজুলিৰ এগৰাকী ভাস্কৰ্য শিল্পী ৰঞ্জন শইকীয়াই অংকন কৰিছে প্ৰধানমন্ত্ৰীৰ এক প্ৰতিচ্ছবি ।

Tags: BJPChief Minister Sarbananda SonowalHimanta Biswa SarmaNarendra ModiPM MODI
Previous Post

‘সুৰক্ষিত অঞ্চল’ হিচাপে ঘোষণা দিছপুৰৰ কেইবাটাও স্থান

Next Post

‘চাহ বাগিচা ধন পুৰস্কাৰ মেলা’ অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
nirmala sitharaman

'চাহ বাগিচা ধন পুৰস্কাৰ মেলা' অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণ

ratan tata

ভাৰত ৰত্নৰ দাবীদাৰ  উদ্যোগপতি ৰতন টাটা …?

fire

BREAKING: গুৱাহাটীৰ 'আণ্ডাৰ ডগচ' বাৰত জুই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8