শুকুৰবাৰে পশ্চিমবংগত হ’বলগীয়া ৰেলী বাতিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁ টুইট কৰি লিখিলে যে, ক’ৰোনাৰ স্থিতি সমীক্ষা কৰিবলৈ তেওঁ উচ্চস্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰিব।
এই পৰিপ্ৰেক্ষিততে তেওঁ পশ্চিমবংগৰ ৰেলী স্থগিত ৰাখিলে।
উল্লেখ্য, শুকুৰবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগত ৪টাকৈ অনুষ্ঠান সম্বোধন কৰিবলগীয়া আছিল।
Tomorrow, will be chairing high-level meetings to review the prevailing COVID-19 situation. Due to that, I would not be going to West Bengal.
— Narendra Modi (@narendramodi) April 22, 2021
মালদা, মুৰ্ছিদাবাদ, বীৰভূম আৰু দক্ষিণ কলকাতাত তেওঁৰ ৰেলী হ’বলগীয়া আছিল।
Photo: Google