• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২২ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Manoranjan Majumder by Manoranjan Majumder
February 13, 2021
in অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
narendra modi
Share on FacebookShare on Twitter

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহি আছে সিমানেই বিজেপিয়ে প্ৰচাৰ অভিযানৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে।

নিৰ্বাচনক মূল লক্ষ্য হিচাপে লৈ ২২ ফেব্ৰুৱাৰীত পুনৰ এবাৰ অসম ভ্ৰমণ কৰিবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

এদিনীয়া ভ্ৰমণসূচী লৈ উজনি অসমৰ মাজুলী আৰু ধেমাজীৰ চিলাপথাৰত দুখনকৈ জনসভাত অংশগ্ৰহণ কৰিব।

ইয়াৰ উপৰি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেও আন এটা কাৰ্যসূচীত অংশ ল’ব মোডীয়ে।

এই কথা নিশ্চিত কৰিছে অসম চৰকাৰৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

জানিব পৰা মতে প্ৰধান মন্ত্ৰী মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া যোৰহাট-মাজুলীৰ মাজৰ দলঙৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা ২৩ জানুৱাৰিত প্ৰধানমন্ত্ৰী মোদীয়ে শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰ আৰু তাৰ ১৪ দিনৰ পিছত পুনৰ ৭ ফেব্ৰুৱাৰীত বিশ্বনাথত আয়োজিত বিশাল কাৰ্যসূচীত অংশ লৈছিল।

Photo: Google

Tags: AssamNarendra Modiঅসমঅসম ভ্ৰমণনৰেন্দ্ৰ মোদী
Previous Post

ভয়ংকৰ! ট্ৰাকে খুন্দিয়ালে গাড়ী; ৬জনে হেৰুৱালে প্ৰাণ

Next Post

প্ৰথমে হত্যা, তাৰ পিছত সিজাই খালে বন্ধুৰ মৃতদেহ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
cannibal

প্ৰথমে হত্যা, তাৰ পিছত সিজাই খালে বন্ধুৰ মৃতদেহ

sarbananda sonowal

অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ ১ কোটি টকাৰ ৰাজসাহায্য মুখ্যমন্ত্ৰীৰ

priyanka chopra

এগৰাকী অভিনেত্ৰীৰ পাইজামাৰ মূল্য আপোনাৰ এটা লেপটপৰ সমান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8