• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘অগ্ৰদূত’ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে

নিউজ ডেস্ক by নিউজ ডেস্ক
July 5, 2022
in সংবাদ, অসম
1 min read
0
‘অগ্ৰদূত’ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বুধবাৰে আবেলি ৪:৩০ বজাত অগ্ৰদূত বাতৰি কাকত গোষ্ঠীৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব। ‘অগ্ৰদূত’ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক অসমৰ মুখ্যমন্ত্ৰী ড০ মহন্ত বিশ্ব শৰ্মাও অনুষ্ঠানটোত উপস্থিত থাকিব।

উল্লেখ্য যে, অগ্ৰদূত বাতৰিকাকতখন প্ৰথমে দ্বি-সাপ্তাহিক বা পষেকীয়া কাকত হিচাপে আৰম্ভ কৰা হৈছিল। অসমৰ জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাই অগ্ৰদূতৰ জন্ম দিছিল। ১৯৯৫ চনত অগ্ৰদূত বাতৰি কাকতখন দৈনিক বাতৰি কাকত হিচাপে আৰম্ভ কৰা হয় আৰু ই বৰ্তমান অসমৰ এক বিশ্বাসী আৰু প্ৰভাৱশালী কণ্ঠস্বৰ হিচাপে বিকশিত হৈছে।

Previous Post

মুখ্যমন্ত্ৰীয়ে একঁকাল পানীত বানপীড়িতৰ খবৰ লৈ থাকোতে ভূপেন বৰা ক’ত আছিল? কটাক্ষ দিগন্ত কলিতাৰ

Next Post

কীৰ্তিকমলৰ এনকাউণ্টাৰৰ ঘটনা আছিল ভুৱা!

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
জি এম চি এইছত আজি অস্ত্ৰোপচাৰ সম্পন্ন হ’ব কীৰ্তি কমলৰ

কীৰ্তিকমলৰ এনকাউণ্টাৰৰ ঘটনা আছিল ভুৱা!

গুৱাহাটীৰ VIVOৰ কাৰ্যালয়ত চলিল EDৰ অভিযান

গুৱাহাটীৰ VIVOৰ কাৰ্যালয়ত চলিল EDৰ অভিযান

আজি অসমত উপস্থিত হ’বহি NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূ

আজি অসমত উপস্থিত হ’বহি NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8