• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি: দেশবাসীক সতৰ্ক হবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 24, 2021
in সংবাদ, ৰাষ্ট্ৰীয়
1 min read
0
অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি: দেশবাসীক সতৰ্ক হবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
Share on FacebookShare on Twitter

দেশত অ’মিক্ৰণৰ ঘটনা ৩৮৫ লৈ বৃদ্ধি। ক’ভিড পৰিস্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠকত বহিল কেন্দ্ৰীয় চৰকাৰ।
বৈঠকত ক’ভিড ব্যৱস্থাপনা সম্পৰ্কে আলোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইপিনে প্ৰতিখন ৰাজ্যক অ’মিক্ৰণৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। এটা দিনতে দেশত ৮৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণ। এই ঘটনাৰ পিছতেই চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ। বুধবাৰ পৰ্যন্ত এজন ৰোগী থকা তামিলনাডুত এটা দিনতে ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ অৱস্থিতি।

Previous Post

প্ৰত্যেক সমষ্টিতে হ’ব ইংৰাজী মাধ্যমৰ বিদ্যালয়ঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

Next Post

ট্ৰাচাটেকৰ লগত নেকটাৰ বুজাবুজি চুক্তি সম্পন্ন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ট্ৰাচাটেকৰ লগত নেকটাৰ বুজাবুজি চুক্তি সম্পন্ন

ট্ৰাচাটেকৰ লগত নেকটাৰ বুজাবুজি চুক্তি সম্পন্ন

চিৰিয়াখানাত দেখিবলৈ নাপাব ৰঙিলীক !

চিৰিয়াখানাত দেখিবলৈ নাপাব ৰঙিলীক !

বাংলাদেশত ভয়ংকৰ অগ্নিকাণ্ড ফেৰীত, ৪০ জন লোকৰ মৃত্যু

বাংলাদেশত ভয়ংকৰ অগ্নিকাণ্ড ফেৰীত, ৪০ জন লোকৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8