• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এখন ফটো; ফটোখনে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত, কাৰণ…

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
এখন ফটো; ফটোখনে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত, কাৰণ…
Share on FacebookShare on Twitter

এখন ফটো, এই ফটোখনে সম্প্ৰতি ছ’চিয়েল মিডিয়াত বহু চৰ্চা লাভ কৰিছে ৷

ফটোখনত দেখা গৈছে ৰাজহুৱা পথত একাংশ লোকে ডাঙৰ ডাঙৰ লোৰ গজাল পুতি আছে ৷

কথা ইমানতে সামৰণি পৰিব লাগিছিল৷ কিন্তু নপৰিল, পথত গজাল পুতি থকা দৃশ্য দেখি দেশৰ বহু সংখ্যক জনতাই ছ’চিয়েল মিডিয়াত চৰকাৰক সমালোচনা কৰিছে ৷

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ গণৰাজ্য দিৱসত দিল্লীত দেশৰ কৃষকে তিনি কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে এক ট্ৰেক্টৰ ৰেলী আন্দোলন গঢ়ি তুলিছিল ৷

আৰু যি আন্দোলনে দেশৰ গণৰাজ্য দিৱসত দিল্লীত এক হিংসাত্মৰূপ ধাৰণ কৰিছিল ৷

উল্লেখ্য, উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থানৰ পৰা ইতিমধ্যে লক্ষাধিক কৃষক পুনৰ দিল্লী অভিমুখে ৰাওনা হোৱাৰ এক খবৰ বিয়পি পৰাৰ লগে লগে চৰকাৰে এনে পন্থা হাতত লোৱাৰ লগতে গাজীপুৰ বৰ্ডাৰত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে বুলি জানিব পৰা গৈছে ৷

এনেদৰে বহুস্থানত ৰাস্তাৰ কাষত বাহন চলিব নোৱাৰাকৈ গজাল পুতি প্ৰতিবাদ প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Tags: BJPNarendra ModiRahul Gandhi
Previous Post

৬ ফেব্ৰুৱাৰীত দেশজোৰা পথ বন্ধ ঘোষণা ভাৰত কিষাণ ইউনিয়নৰ

Next Post

ৰহস্যজনকভাৱে নৈ পাৰৰ বালিত ওলাল মৰাণাস্ত্ৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰহস্যজনকভাৱে নৈ পাৰৰ বালিত ওলাল মৰাণাস্ত্ৰ

ৰহস্যজনকভাৱে নৈ পাৰৰ বালিত ওলাল মৰাণাস্ত্ৰ

aamir khan

১ ফেব্ৰুৱাৰীৰ পৰা আমীৰ খানৰ 'কমিউনিকেশ্বন ডিটক্স'

এখন বিদ্যুতৰ বিল; তাৰ পিছত লাগিল হাহাকাৰ, কিয় জানেনে?

এখন বিদ্যুতৰ বিল; তাৰ পিছত লাগিল হাহাকাৰ, কিয় জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8