• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লামডিং সংৰক্ষিত বনাঞ্চলত বন মাফিয়া আৰু বন কৰ্মীৰ মাজত সংঘৰ্ষ, দুজনক গ্ৰেপ্তাৰ

Manoranjan Majumder by Manoranjan Majumder
February 5, 2021
in অসম, বিবিধ, সংবাদ
0
Lumding
Share on FacebookShare on Twitter

লামডিং সংৰক্ষিত বনাঞ্চলৰ চাকমা বস্তিত বৃহস্পতিবাৰে বন মাফিয়া আৰু বন কৰ্মীৰ মাজত এক সংঘৰ্ষ সংঘটিত হয় ৷

জানিব পৰা মতে, বনাঞ্চলৰ চাকমা বস্তিত বন মাফিয়াই গছ কাটি থকাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত এটা বনকৰ্মীৰ দল উপস্থিত হয় ৷

উক্ত স্থানত বন কৰ্মীৰ দল উপস্থিত হোৱাৰ পিছতে ৪জনীয়া বন মাফিয়াৰ দলটোৱে বন কৰ্মীলৈ লক্ষ্য কৰি কেইবাজাই গুলীচালনা কৰে। বন মাফিয়াক প্ৰত্যুত্তৰ জনাই বন কৰ্মীৰ দলটোৱেও গুলীচালনা কৰে ৷

দুগৰাকী বন মাফিয়া পলায়ন কৰিবলৈ সক্ষম হয় যদিও বনকৰ্মীয়ে দুগৰাকী বন মাফিয়াক কৰায়ত্ব কৰে ৷ ধৃত বন মাফিয়া দুগৰাকী ক্ৰমে সঞ্জীত চাকমা আৰু মূল্যবান চাকমা বুলি জানিব পৰা গৈছে।

উল্লেখ্য, বন কৰ্মীৰ দলটোৱে বন মাফিয়া দুজনৰ পৰা গছ কটা মেছিনসহ আন অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Tags: লামডিং সংৰক্ষিত বনাঞ্চল
Previous Post

বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছৰ বাম্পাৰ অফাৰ ৰাইজলৈ…

Next Post

মিয়া খলিফাৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ; পৰ্ণষ্টাৰ গৰাকীয়ে ক’লে- কৃষকৰ সৈতে থাকিম

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মিয়া খলিফাৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ; পৰ্ণষ্টাৰ গৰাকীয়ে ক’লে- কৃষকৰ সৈতে থাকিম

মিয়া খলিফাৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ; পৰ্ণষ্টাৰ গৰাকীয়ে ক'লে- কৃষকৰ সৈতে থাকিম

বিধায়কসকলে ক্ৰয় কৰিব লাগিব আইপেড; মূল্য হ’ব লাগিব ৫০ হাজাৰৰ ভিতৰত

বিধায়কসকলে ক্ৰয় কৰিব লাগিব আইপেড; মূল্য হ'ব লাগিব ৫০ হাজাৰৰ ভিতৰত

pooja hegde

কি পিন্ধিছিল পূজা হেগৰেই ? যাৰ বাবে পূজাক খোজা হৈছিল নগ্ন ফটো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8