লক্ষ্ণৌস্থিত সচিবালয়ত নিয়োজিত এগৰাকী আৰক্ষী কৰ্মীৰ গুলী লাগি মৃত্যুক সাৱটে।
মৃত আৰক্ষী কৰ্মীজনৰ নাম নিৰ্মল চৌৱে। এই থানাখন বন্থৰাত অৱস্থিত।
আৰক্ষীয়ে ক’লে যে নিৰ্মলে চৰকাৰী পিষ্টলেৰে সচিবালয়ৰ গেট নম্বৰ ৭ৰ সন্মুখত পাৰ্কিঙত নিজকে গুলী মাৰে।
তেওঁৰ ছাৰ্ভিচ পিষ্টল জব্দ কৰি লোৱা হয়।
বন্থৰা থানা ইঞ্চপেক্টৰে ক’লে যে নিৰ্মল ১৯৮৭ বেচৰ প্ৰমোটেড ইঞ্চপেক্টৰ আছিল।
তেওঁ প্ৰায়ে সচিবালয়ত নিয়োজিত হৈ আছিল। মৃত আৰক্ষীজন বানাৰসৰ বাসিন্দা আছিল।
পকেটত পালে ছুইচাইড নোট
লক্ষ্ণৌ আৰক্ষী আয়ুক্তগৰাকীয়ে কোৱা অনুসৰি মৃত আৰক্ষীজনৰ পকেটৰ ছুইচাইড নোট পালে।
ছুইচাইড নোটত লিখিলে যে, বেমাৰত অতীষ্ঠ হৈ ছুইচাইড কৰি আছো, মোৰ সন্তানৰ চোৱাচিতা কৰিব।
Photo:Google