সোণাৰি সাপেখাতি ভোটকেন্দ্ৰত ঘটিল অঘটন।
ভোটকেন্দ্ৰত নিয়োজিত বিষয়া মৰাণৰ তুলসী খনিকৰ নামৰ বিষয়াজনে আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয়।
ভোটকেন্দ্ৰত নিৰ্বাচনৰ কাম কাজ কৰি থকা অৱস্থাত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল বিষয়া জনৰ ।
ততাতৈয়াকৈ ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে।
Photo Credit: Google