• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনোত্তৰ হিংসা; কেইবাজনো আহত

নিউজ ডেস্ক by নিউজ ডেস্ক
January 6, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনোত্তৰ হিংসা; কেইবাজনো আহত
Share on FacebookShare on Twitter

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক হিংসা।সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনা। উদণ্ড ছাত্ৰই ভাঙি লণ্ডভণ্ড কৰিলে হোষ্টেলৰ বিভিন্ন সামগ্ৰী। হোষ্টেলৰ খাদ্যগৃহ, ৰান্ধনীগৃহ, হোষ্টেলৰ টেবুল, চকীকে ধৰি বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰিলে উদণ্ড ছাত্ৰই।
এই ঘটনাত কেইবাজনো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে। নিশাই ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত ছাত্ৰক জি এম চিলৈ প্ৰেৰণ কৰাৰ লগতে উদণ্ড ছাত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে। আনহাতে একাংশ ছাত্ৰই আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱানলৈ শিলগুটিও নিক্ষেপ কৰিছিল।

Previous Post

৯ মাহত পৰিবহণ বিভাগৰ জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটিতকৈও অধিক টকা

Next Post

নতুনকৈ ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি হ’ল কামৰূপ মহানগৰ জিলাত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নতুনকৈ ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি হ’ল কামৰূপ মহানগৰ জিলাত

নতুনকৈ ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি হ'ল কামৰূপ মহানগৰ জিলাত

চাৰিদিন ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী

চাৰিদিন ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী

দুটাকৈ বিস্ফোৰণ মণিপুৰত : অসম ৰাইফলছৰ জোৱান নিহত

দুটাকৈ বিস্ফোৰণ মণিপুৰত : অসম ৰাইফলছৰ জোৱান নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8