• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দৰিদ্ৰতা যেতিয়া আত্মহননৰ কাৰণ হয়…

Manoranjan Majumder by Manoranjan Majumder
February 4, 2021
in অসম, ক্ৰাইম, সংবাদ
1 min read
0
দৰিদ্ৰতা যেতিয়া আত্মহননৰ কাৰণ হয়…
Share on FacebookShare on Twitter

দৰিদ্ৰতা এক অভিশাপ হৈ পৰিল ধুবুৰী জিলাৰ এগৰাকী শিক্ষিত যুৱতীৰ বাবে ৷

৩০ বছৰীয়া ৰঞ্জনা দাস নামৰ যুৱতীগৰাকী একমাত্ৰ দৰিদ্ৰতাৰ বোজা সহিব নোৱাৰী আত্মহত্যাৰ দৰে জীৱনৰ চৰম সিদ্ধান্ত বাছি ল’লে।

ধুবুৰী জিলাৰ চাপৰৰ এইগৰাকী উচ্চ শিক্ষিত যুৱতী ৰঞ্জনা দাসে বিগত প্ৰায় এটা বছৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলি সন্দেহ প্ৰকাশ কৰি নিজে মানসিকভাৱে দুৰ্বল কৰি তুলিছিল ৷

পিতৃহাৰা ৰঞ্জনা দাসক মাতৃয়ে ৰঞ্জনাৰ চিকিৎসা অব্যাহত ৰাখিছিল যদিও  দুখীয়া মাতৃ আৰু সৰু ভাই-ভনীৰ কষ্ট সহিব নোৱাৰী চলিত বৰ্ষৰ ২ জানুৱাৰী তাৰিখে মাজনিশা ৰঞ্জনা দাস ঘৰৰ পৰা ওলাই যায়।

চলিত বৰ্ষৰ ৩ জানুৱাৰীৰ ৰাতিপূৱা ৰঞ্জনাক ঘৰত নেদেখি পৰিয়ালে ছ’চিয়েল মিডিয়া ‘ফেচবুক’-ত ৰঞ্জনা দাস নিখোজ হোৱা বুলি এক বাৰ্তা প্ৰচাৰ কৰিছিল ৷

লগতে ৰঞ্জনাৰ পৰিয়ালে চাপৰ আৰক্ষীৰ ওচৰতো সহায় বিচাৰিছিল ৷

অৱশেষত সকলোকে হতবাক কৰি বৃহস্পতিবাৰে দুপৰীয়া ৰঞ্জনা দাসৰ মৃতদেহ চুবুৰীয়াৰ ঘৰত চিপ লগাই থকা স্থানীয় ৰাইজে প্ৰত্যেক্ষ কৰে ৷

সম্প্ৰতি চাপৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাৱে ধুবুৰী চিকিৎসালৈ প্ৰেৰণ কৰিছে ।

আমাৰ সমাজত এনেকুৱা কিমান গৰাকী ৰঞ্জনাই অকালতে নিজক মৃত্যুৰ দৰে চৰম সিদ্ধান্ত বাছি ল’বলৈ বাধ্য কৰাইছে একমাত্ৰ দৰিদ্ৰতাৰ বোজা সহিব নোবোৰী …,

এয়া বৰ্তমান সময়ত এক চিন্তনীয় বিষয় হৈ পৰিছে  ৷

Tags: DhuburiDhuburi police
Previous Post

১ মাৰ্চত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব ভাৰতৰ নিৰ্বাচন আয়োগে

Next Post

প্ৰেমিকাই প্ৰেমিকক হত্যা কৰি খুৱালে কুকুৰ; কাৰণ জানিবলৈ কৰক ক্লিক…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰেমিকাই প্ৰেমিকক হত্যা কৰি খুৱালে কুকুৰ; কাৰণ জানিবলৈ কৰক ক্লিক…

প্ৰেমিকাই প্ৰেমিকক হত্যা কৰি খুৱালে কুকুৰ; কাৰণ জানিবলৈ কৰক ক্লিক...

himanta biswa sharma

শিক্ষাখণ্ডৰ সৰ্ববৃহৎ নিযুক্তি সমাৰোহ সৰুসজাই ষ্টেডিয়ামত

sepak takraw

নেহৰু ষ্টেডিয়ামত দুদিনীয়া কাৰ্যসূচীৰে আন্তঃজিলা ছেপাকটাক্ৰো প্ৰতিযোগিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8