৭এপ্ৰিলত অনুষ্ঠিত হ’ব ২য় “পৰীক্ষা পে চর্চা” শীৰ্ষক মত বিনিময় অনুষ্ঠানটি।
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে এই কথা।
সম্পূৰ্ণ নতুন প্ৰক্ৰিয়াৰে ৭ এপ্ৰিল তাৰিখে সন্ধিয়া ৭ বজাত অনুষ্ঠিত হব এই মত বিনিময় অনুষ্ঠানটি।
এই অনুষ্ঠানত ভাগ লব পৰীক্ষাৰ্থী ,অভিভাৱক লগতে শিক্ষক সকল আৰু নতুন প্ৰক্ৰিয়া ,ভিন্ন প্ৰশ্ন তথা বিভিন্ন বিষয়ৰ ওপৰত স্মৰণীয় আলোচনা অনুষ্ঠিত হব বুলিও প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
ক’ৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন মাধ্যমেৰে অনুষ্ঠিত হব “পৰীক্ষা পে চর্চা” মত বিনিময় অনুষ্ঠানটি।
Photo credit: Google