• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিদ্যালয়ত দপদপনি পাব্লিক হেল্থ বিভাগৰঃ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদত ৫০০ ফুটৰ বৰিং

নিউজ ডেস্ক by নিউজ ডেস্ক
July 29, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, সংবাদ
1 min read
0
বিদ্যালয়ত দপদপনি পাব্লিক হেল্থ বিভাগৰঃ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদত ৫০০ ফুটৰ বৰিং
Share on FacebookShare on Twitter

জালুকবাৰী সমষ্টিৰ পাণ্ডু ৪ নং ৱাৰ্ডস্থিত গোলাৱ চন্দ মন্না লাল চৰকাৰী হিন্দী প্ৰাথমিক বিদ্যালয়ত পাব্লিক হেল্থ বিভাগৰ আজৱ কাণ্ড । বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদ তথা বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰতে পানী যোগানৰ বাবে ৫০০ ফুটৰ বৰিং কৰে বিভাগটোৱে ।

অঞ্চলটোৰ সচেতন মহলৰ মতে ১৯৫১ চনত স্থাপিত চৰকাৰী বিদ্যালয় খনত বৰ্তমানো প্ৰায় ডেৰশ কণ কণ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । ক’ভিড মহামাৰী আৰু প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বিদ্যালয় খন বৰ্তমান বন্ধ হৈ আছে। এনে সময়তে বিদ্যালয় খনৰ প্ৰৱেশদ্বাৰত এই ঘটনা সংঘটিত কৰিছে বিভাগটোৱে ।

সচেতন মহলৰ অভিযোগ অনুসৰি পানী যোগানৰ বাবে উক্ত ঠাইখিনিত বৈদ্যুতিক মটৰ আদিকে ধৰি অন্যান্য সামগ্ৰী স্থাপন কৰা হ’ব যিয়ে বিদ্যালয় খনৰ চৌহদতো ঠেক কৰাৰ লগতে বিদ্যালয় খনৰ পৰিৱেশো বিনষ্ট কৰিব । তাৰোপৰি বিদ্যালয় খোলাৰ পিছত যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে ।

বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্ৰী চোৱালা বড়ো আৰু পৰিচালনা সমিতিৰ সভাপতি আশা দেৱীয়ে ঘটনা সন্দৰ্ভত তেওঁলোকৰ পৰা কোনোৱে অনুমতি লোৱা নাই বুলি প্ৰকাশ কৰে।

আনহাতে সচেতন মহলে ঘটনা সন্দৰ্ভত শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়।

Tags: Guwahatipandupublic health department
Previous Post

চোৰে ললে ৰাম নামঃ একেদিনাই ৬ টাকৈ মন্দিৰত চোৰৰ টিঘিলঘিলনি

Next Post

আজিৰে পৰা ৰাজ্য়ত জাৰী হ’ল নতুন SOP- কি কি পৰিবৰ্তন হ’ল নতুন SOP তঃ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰে পৰা ৰাজ্য়ত জাৰী হ’ল নতুন SOP- কি কি পৰিবৰ্তন হ’ল নতুন SOP তঃ

আজিৰে পৰা ৰাজ্য়ত জাৰী হ'ল নতুন SOP- কি কি পৰিবৰ্তন হ'ল নতুন SOP তঃ

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান

আৰক্ষীৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ…

আৰক্ষীৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8