• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ…

নিউজ ডেস্ক by নিউজ ডেস্ক
January 8, 2022
in সংবাদ, ৰাষ্ট্ৰীয়
1 min read
0
ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ…
Share on FacebookShare on Twitter

দেশত পুনৰ ক’ভিড-19 ৰ বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৷ দেশৰ ভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰসমূহে পুনৰ সান্ধ্য আইন জাৰি কৰাৰ লগতে বন্ধ ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৰ্তমানৰ উৰিষ্যাৰ ক’ভিড-19 ৰ পৰিস্থিতি উদ্বেগজনক ৷ ৰাজ্যখনৰ চৰকাৰে এই কথালৈ দৃষ্টি নিক্ষেপ কৰি বিশ্ববিখ্যাত পুৰীৰ জগন্নাথ মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৷ দেশী-বিদেশী দৰ্শনাৰ্থীৰে ভৰি থকা জগন্নাথ মন্দিৰৰ চৌহদ পুনৰ ক্লান্ত হৈ ৰ’ব ৷
চলিত মাহৰ ১০ তাৰিখৰ পৰা ৩১ তাৰিখলৈকে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ ৷ জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া মন্দিৰ পৰিচালনা সমিতিৰ সৈতে মত বিনিময় কৰি ৰাজ্য চৰকাৰে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মন্দিৰ পৰিচালকৰ সৈতে একাংশ কৰ্মচাৰীয়েও ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ৷ ক’ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে উৰিষ্যা চৰকাৰে ৷

Previous Post

ক’ৰোনাৰ বুষ্টাৰ ড’জ নোলোৱাসকলে নাপাব দৰমহাঃ মুখ্যমন্ত্ৰীৰ হিমন্তৰ ঘোষণা

Next Post

অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীলৈ দৰ্শকৰ ব্যাপক সঁহাৰি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীলৈ দৰ্শকৰ ব্যাপক সঁহাৰি

অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীলৈ দৰ্শকৰ ব্যাপক সঁহাৰি

অৰ্থনীতিৰ বিধ্বস্ত ৰূপঃ মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন!

অৰ্থনীতিৰ বিধ্বস্ত ৰূপঃ মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন!

আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8