• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

UNESCOৰ স্বীকৃতি লাভ কৰিব পুৰীৰ ৰথ যাত্ৰাই!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 29, 2022
in সংবাদ, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়, সংস্কৃতি
1 min read
0
UNESCOৰ স্বীকৃতি লাভ কৰিব পুৰীৰ ৰথ যাত্ৰাই!
Share on FacebookShare on Twitter

UNESCOৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হব পুৰীৰ ৰথযাত্ৰাই! ইতিমধ্যে উৰিষ্যাৰ সাংস্কৃতিক মন্ত্ৰণালয়ে পুৰীৰ ৰথযাত্ৰাক UNESCOৰ স্বীকৃতি দিবৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

উল্লেখ্য যে, ওডিয়া ভাষা আৰু সাংস্কৃতিক বিভাগে যোৱা বছৰেই ইউনেস্কোলৈ এই বিষয়ত পত্ৰ প্ৰেৰণ কৰিছিল। এই সন্দৰ্ভত পুৰীৰ জগন্নাথ মন্দিৰ প্ৰশাসনৰ তৰফৰ পৰা ইউনেস্কোৰ সৈতে সঘন যোগাযোগ অব্যাহত আছে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি পুৰী জগন্নাথ মন্দিৰ প্ৰশাসনে প্ৰয়োজনীয় সকলো নথি-পত্ৰ যোগান ধৰিছে। উল্লেখ্য যে, ১২০০ খ্ৰীষ্টাব্দতে নিৰ্মিত পুৰীৰ এই জগন্নাথ মন্দিৰ ফেব্ৰুৱাৰীত পৰ্যবেক্ষণ কৰিছিল পুৰাতত্ত্ব আৰু জৰিপ বিভাগৰ ডিৰেক্টৰ জেনেৰেল ভি বিদ্যাৱতীয়ে।

সেই সময়তেই তেওঁ এই প্ৰাচীন মন্দিৰটোলৈ ইউনেস্কোৰ স্বীকৃতি লাভৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ৰথ যাত্ৰাৰ বাবেও অনুৰূপ দাবী উত্থাপন কৰিছিল। উল্লেখ্য যে, বিগত বছৰত কলিকতাৰ দুৰ্গা পূজাই UNESCOৰ স্বীকৃতি লাভ কৰিছিল। এই বছৰ আকৌ গাৰ্বা নৃত্যই UNESCOৰ স্বীকৃতিৰ বাবে নমিনেশ্যন লাভ কৰিছে।

Previous Post

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আজি অনুষ্ঠিত হ’ব শিলচৰত

Next Post

মহানগৰীত উদ্ধাৰ ৫০০ কেজি গাঞ্জা

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
মহানগৰীত উদ্ধাৰ ৫০০ কেজি গাঞ্জা

মহানগৰীত উদ্ধাৰ ৫০০ কেজি গাঞ্জা

ৰেগিং কৰি বহিষ্কৃত হ’ল AMCHৰ দুজনকৈ ছাত্ৰ

ৰেগিং কৰি বহিষ্কৃত হ'ল AMCHৰ দুজনকৈ ছাত্ৰ

অনিমেষ হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ : আজিও ন্যায়ৰ অপেক্ষাত পৰিয়াল

অনিমেষ হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ : আজিও ন্যায়ৰ অপেক্ষাত পৰিয়াল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8