প্ৰতি বছৰৰ ২১ জুনত পালন কৰি অহা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে যোগাসনৰ গুৰুত্বপূৰ্ণ উপকাৰিতাৰ ওপৰত আলোকপাত কৰি আহিছে। এই বিশেষ দিনটোৱে এক সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ ক্ষেত্ৰত সুষম আহাৰ, উপযুক্ত পৰিপূৰক আৰু নিয়মীয়া ব্যায়ামৰ মাজত থকা আন্তঃসংযোগৰ কথা সোঁৱৰাই দিয়ে। যোগাসনক নিজৰ দৈনন্দিন জীৱনৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিলে সুস্থ জীৱনশৈলী, পুষ্টিকৰ খাদ্য আৰু নিৰ্ধাৰিত পৰিপূৰক গ্ৰহণৰ প্ৰভাৱ বৃদ্ধি পায়।
এই সামগ্ৰিক পদ্ধতিৰ সৈতে সংগতি ৰাখি, কিউনেটৰ নিউট্ৰিপ্লাছ মন’ফ্ল’ৰেল মৌ আৰু ভাৰ্জিন কক’নাট অইল ব্যৱহাৰ কৰি আপোনাৰ সুস্বাস্থ্যৰ সম্ভাৱনাৰ পথ প্ৰশস্ত কৰক। এনে সামগ্ৰীসমূহক এক সুস্বাস্থ্য প্ৰণালী সমৰ্থন কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এই উচ্চমানৰ পৰিপূৰকসমূহ প্ৰত্যেকৰে জীৱনৰ দৈনন্দিন প্ৰণালীত সংযোগ কৰিলে এক উত্তম ভাৰসাম্য গঢ়ি উঠিব পাৰে, যাৰ ফলত ব্যক্তিসকলে শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে উন্নতি সাধন কৰিব পাৰিব। ই যোগাসনৰ সাৰমৰ্মৰ সৈতে নিখুঁতভাৱে খাপ খাই পৰে আৰু সম্পূৰ্ণ সুস্থতাৰ দিশৰ যাত্ৰাৰ প্ৰতি সমৰ্থন আগবঢ়ায়।