দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
দৈনিক অধিক হাৰত বৃদ্ধি হৈছে ক’ৰোনা আক্ৰান্তৰ হাৰ লগতে মৃত্যু হৈছে বহু লোকৰ।
আজি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে এক টুইটযোগে দাবী কৰিছে লকডাউনৰ।
I just want to make it clear that a lockdown is now the only option because of a complete lack of strategy by GOI.
They allowed, rather, they actively helped the virus reach this stage where there’s no other way to stop it.
A crime has been committed against India.
— Rahul Gandhi (@RahulGandhi) May 4, 2021
লগতে জনাইছে যে ভাৰতত এতিয়া ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে একমাত্ৰ উপায় হৈছে লকডাউনৰ।
যদিও ভাৰত চৰকাৰে ক’ৰোনা ৰোধৰ বাবে বহু পদক্ষেও হাতত লৈছে বৰ্তমানলৈ সফল হ’ব পৰা নাই।
সেয়ে কংগ্ৰেছৰ নেতা জনে লকডাউনৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰক।
Photo Credit : Google