দেশত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনা আক্ৰান্তৰ হাৰ।
দিনে অধিক হাৰত বৃদ্ধি হৈছে ক’ৰোনা আক্ৰান্তৰ হাৰ।
আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আক্ৰান্ত হ’ল ক’ৰোনাত।
প্ৰথমে তেওঁৰ পত্নী সুনিতা গেহলট ক’ৰোনাত আক্ৰান্ত হৈছিল ।
मेरी पत्नी श्रीमती सुनीता गहलोत कोविड पॉजिटिव आ गई हैं (असिम्प्टोमैटिक)। प्रोटोकॉल के अनुसार होम आइसोलेशन में उनका ट्रीटमेंट प्रारम्भ हो गया है। अब मैं एहतियातन आइसोलेशन में रहकर चिकित्सकों एवं अधिकारियों के साथ सांय 8.30 बजे रोजाना होने वाली कोविड समीक्षा बैठक लूंगा।
— Ashok Gehlot (@ashokgehlot51) April 28, 2021
তাৰ পিছতে মুখ্যমন্ত্ৰী অশোক গেহলটো আক্ৰান্ত হৈ পৰে ক’ৰোনাত।
এক টুইটযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে এই কথা।
कोविड टेस्ट करवाने पर आज मेरी रिपोर्ट भी पॉजिटिव आई है। मुझे किसी तरह के लक्षण नहीं हैं और मैं ठीक महसूस कर रहा हूं। कोविड प्रोटोकॉल का पालन करते हुए मैं आइसोलेशन में रहकर ही कार्य जारी रखूंगा।
— Ashok Gehlot (@ashokgehlot51) April 29, 2021
বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈ আছে।
সেয়েহে ক’ৰোনা সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা পালন কৰি তেওঁ হোম কোৱাৰেণ্টাইন হৈ থাকিব বুলি জানিবলৈ দিছে।
লগতে চিকিৎসকৰ দৈনিক পৰামৰ্শ মানি চলিব বুলিও জনাইছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।