• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাণীত ১৭৫ CRPFৰ নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ কাৰ্যভাৰ গ্ৰহণ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 26, 2022
in সংবাদ, অসম
1 min read
0
ৰাণীত ১৭৫ CRPFৰ নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ কাৰ্যভাৰ গ্ৰহণ
Share on FacebookShare on Twitter

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ CRPF বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক শেহতীয়াকৈ উত্তৰ প্ৰদেশলৈ বদলি কৰা হৈছে। তেওঁৰ স্থানত নিযুক্তি দিয়া হৈছে কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাঁক। ২৩ নৱেম্বৰত নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই কাৰ্যভাৰ গ্ৰহণ কৰে।

এই উপলক্ষে ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাঁক সম্বৰ্ধনা জনোৱা হয়। বাহিনীটোৰ ডেপুটী কমাণ্ডেণ্ট সঞ্জয় কুমাৰ ৱালাং, মুখ্য চিকিৎসা বিষয়া ডাঃ দীপ্তি বুৰলেকে ধৰি উপস্থিত বিষয়া – জোৱান সকলে তেওঁক গামোছা, ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই আগন্তক দিনত বিভাগীয় কাম – কাজত সকলোৰে সহায় – সহযোগিতা লাভ কৰিব বুলি আশা ব্যক্ত কৰে।

Previous Post

AAP ৰ বিষয়-ববীয়ালৈ চিঞাহী নিক্ষেপ দুৰ্বৃত্তৰ!

Next Post

অন ফার্ম ইনপুট উৎপাদন গোট (ভার্মি ৱাছ)ৰ আনুষ্ঠানিক বিতৰণ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অন ফার্ম ইনপুট উৎপাদন গোট (ভার্মি ৱাছ)ৰ আনুষ্ঠানিক বিতৰণ

অন ফার্ম ইনপুট উৎপাদন গোট (ভার্মি ৱাছ)ৰ আনুষ্ঠানিক বিতৰণ

বনকর্মী পবিত্ৰ হালৈক বন শ্ৰমিক সন্থাৰ আৰ্থিক সাহায্য প্ৰদান; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা

বনকর্মী পবিত্ৰ হালৈক বন শ্ৰমিক সন্থাৰ আৰ্থিক সাহায্য প্ৰদান; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা

SXI ৰ ভাৰতত নতুন ছুপাৰক্ৰছ ৰেচিং লীগ পৰিচালনা আৰু সম্প্ৰসাৰণ

SXI ৰ ভাৰতত নতুন ছুপাৰক্ৰছ ৰেচিং লীগ পৰিচালনা আৰু সম্প্ৰসাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8