• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সুৰাসক্ত মডেল ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ:পোহৰলৈ আহিল চিকিৎসাৰ নামত অভিনয়ৰ নাটক

নিউজ ডেস্ক by নিউজ ডেস্ক
October 6, 2021
in অসম, সংবাদ
1 min read
0
সুৰাসক্ত মডেল ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ:পোহৰলৈ আহিল চিকিৎসাৰ নামত অভিনয়ৰ নাটক
Share on FacebookShare on Twitter

পুনৰ গ্ৰেপ্তাৰ সুৰাসক্ত মডেল ৰাজকন্যা বৰুৱা। অভিনয় কৰি এইবাৰ সাৰিব নোৱাৰিলে ৰাজকন্যাই। মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত পোহৰলৈ আহিল সুৰাসক্ত ৰাজকন্যাৰ চিকিৎসাৰ নামত অভিনয়ৰ নাটক।

আজি জি এম চি এইছৰ মেডিকেল ব’ৰ্ডে ডি এন আৰ চিত আই চি ইউত ভৰ্তি হৈ থকা ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য পৰীক্ষাত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা।মেডিকেল বৰ্ডৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’ব পৰাকৈ সুস্থ ৰাজকন্যা।

ইয়াৰ পিছতেই দিছপুৰ আৰক্ষীয়ে প্ৰতিবেদন লগত লৈ ৰাজকন্যাক গ্ৰেপ্তাৰ কৰে। লগতে জি এন আৰ চিকো তদন্তৰ আওতালৈ আনিবলৈ নিৰ্দেশনা দিয়ে।

সম্প্ৰতি ৰাজকন্যাক দিছপুৰ অৰক্ষী থানাত সোধ-পোছৰ বাবে ৰখা হৈছে। ৰাজকন্যাৰ বিৰুদ্ধে ৩০৮ ধাৰা ৰুজু কৰা হৈছে।এই নতুন ধাৰা অনুসৰি সাত বছৰ পৰ্যন্ত জেইল হ’ব পাৰে ৰাজকন্যাৰ।

ৰাজপথত সন্ত্ৰাস চলাই নজনকৈ লোকক ঘূণীয়া কৰা ৰাজকন্যা বৰুৱাৰ ঘটনাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছত এতিয়া ৰাজকন্যাৰ বিৰুদ্ধে তৎপৰ হ’বলৈ বাধ্য হৈছে মহানগৰ আৰক্ষী।

Tags: গ্ৰেপ্তাৰজি এন আৰ চিৰাজকন্যা বৰুৱা
Previous Post

অসমৰ ৰে’লপথত চকু কেন্দ্ৰৰ:চৰকাৰৰ লক্ষ্য এতিয়া অসমৰ এটা ঐতিহাসিক ৰে’লপথত

Next Post

ওজন কমাবলৈ ৰেড ৱাইন সেৱন কৰক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post

ওজন কমাবলৈ ৰেড ৱাইন সেৱন কৰক

আইবা বিশ্ব বক্সিঙলৈ অসমৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা

পুনৰ এনকাউণ্টাৰঃ এনকাউন্টাৰত গুলীবিদ্ধ অপৰাধী বিমান বৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8