ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কালিৰে পৰা আৰম্ভ হব পবিত্ৰ ৰমজান মাহ।
কেন্দ্ৰীয় হিলাল সমিতিয়ে ঘোষণা কৰিছে এই কথা।
কাঁচিজোন ওলোৱাৰ লগে লগে আৰম্ভ হ’ব পবিত্ৰ ৰমজান মাহৰ ৰোজা।
সেয়েহে ইছলাম ধৰ্মাৱলম্বী লোক সকলে আজিৰে পৰা পঢ়িব ৰমজানৰ তাৰবীৰ নামাজ।
Photo Credit :Google