• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰোনাত আক্ৰান্ত হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণধীৰ কাপুৰ

Manoranjan Majumder by Manoranjan Majumder
April 30, 2021
in বিবিধ, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ক’ৰোনাত আক্ৰান্ত হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণধীৰ কাপুৰ
Share on FacebookShare on Twitter

দেশত ভয়াবহ ৰূপত বৃদ্ধি হৈছে ক’ৰোনা সংক্ৰমণৰ হাৰ।

দৈনিক ক’ৰোনাত আক্ৰান্ত হৈছে বহু সংখ্যক লোক।

কালি ক’ৰোনাত আক্ৰান্ত হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণধীৰ কাপুৰ ।

ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতে অভিনেতা জনক মুম্বাইস্থিত কোকিলাবেন হাস্পতালত ভৰ্তি কৰা হয়।

জানিব পৰা অনুসৰি অভিনেতা ৰণধীৰ কাপুৰৰ বৰ্তমান বয়স ৭৪ বছৰ।

অভিনেতা জনে জানিব দিয়া অনুসৰি তেওঁৰ কৰ্মচাৰী সকলো ক’ৰোনাত আক্ৰান্ত হৈছে ।

বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ অৱস্থাত আছে।

হাস্পতাল কৰ্তৃপক্ষই উচিত চিকিৎসা প্ৰদান কৰি আছে বুলি জানিবলৈ দিছে অভিনেতা ৰণধীৰ কাপুৰে।

Photo credit : Google

Tags: Bollywood ActorCorona PositiveCorona Virusকোকিলাবেন হাস্পতালৰণধীৰ কাপুৰ
Previous Post

হাতী-মানুহৰ সংঘাত! পুনৰ বন্যহস্তীয়ে প্ৰাণ কাঢ়িলে এজনৰ

Next Post

প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ট্ৰেড ইউনিয়নৰ; দেশত ক’ৰোনা প্ৰতিষেধক বিনামূলীয়া কৰাৰ দাবী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ট্ৰেড ইউনিয়নৰ; দেশত ক’ৰোনা প্ৰতিষেধক বিনামূলীয়া কৰাৰ দাবী

প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ট্ৰেড ইউনিয়নৰ; দেশত ক'ৰোনা প্ৰতিষেধক বিনামূলীয়া কৰাৰ দাবী

লখিমপুৰ জিলাত বন্ধ ঘোষণা কৰা হ’ল সকলো শিক্ষানুষ্ঠান

লখিমপুৰ জিলাত বন্ধ ঘোষণা কৰা হ'ল সকলো শিক্ষানুষ্ঠান

ড্ৰাগছ সৰবৰাহ ৰাজ্যত! ৩ কোটি টকাৰ জব্দ ড্ৰাগছ

ড্ৰাগছ সৰবৰাহ ৰাজ্যত! ৩ কোটি টকাৰ জব্দ ড্ৰাগছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8