• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অৰুণাচলৰ দুর্গম অঞ্চলত দুষ্প্রাপ্য ‘লিপষ্টিক প্লাণ্ট’ আৱিষ্কাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 9, 2022
in সংবাদ, উত্তৰ পূৰ্বাঞ্চল, শিক্ষা
1 min read
0
অৰুণাচলৰ দুর্গম অঞ্চলত দুষ্প্রাপ্য ‘লিপষ্টিক প্লাণ্ট’ আৱিষ্কাৰ
Share on FacebookShare on Twitter

অৰুণাচলৰ দুর্গম স্থান হায়ুলিয়াং আৰু চিপ্রু অঞ্চলত বটানিকেল ছার্ভে অৱ ইণ্ডিয়া (BSI)ৰ গৱেষকসকলে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে এবিধ অতি বিৰল প্রজাতিৰ উদ্ভিদ৷ প্ৰায় ১১০ বছৰৰ পূর্বে এই উদ্ভিদ আৱিষ্কাৰ কৰিছিল এগৰাকী ব্রিটিছ বিজ্ঞানীয়ে৷ ভাৰতীয় ‘লিপষ্টিক প্লাণ্ট’ হিচাপে পৰিচিত এই উদ্ভিদ ১৯১২ চনত ব্রিটিছ উদ্ভিদ বিজ্ঞানী ষ্টিফেন ট্রইটে ডুনে ইয়াক চিনাক্ত কৰিছিল৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে আচকিনানথাছ মনেটাৰিয়া ডুন৷ অৰুণাচল প্রদেশৰ পৰা অন্য এগৰাকী ব্রিটিছ উদ্ভিদ বিজ্ঞানী আইজাক হেন্ৰী বার্কিলে ইয়াৰ নমুনা প্রথম সংগ্রহ কৰিছিল৷

বিগত ১১০ বছৰ ধৰি এই বিৰল প্রজাতিৰ ‘লিপষ্টিক প্লাণ্ট’ৰ কোনো সন্ধান পোৱা নাছিল ভাৰতীয় গৱেষকসকলে৷ শেহতীয়াকৈ এই উদ্ভিদ পুনৰ আৱিষ্কাৰৰ সবিশেষ তথ্য প্রকাশ পাইছে কাৰেণ্ট ছায়েন্স নামৰ জার্নালখনত৷ এই জার্নালখনত অৰুণাচল প্রদেশৰ বিজ্ঞানী কৃষ্ণা চৌলুৱে উদ্ভিদবিধৰ পুনৰ আৱিষ্কাৰৰ সবিশেষ তথ্য এক প্রতিবেদন আকাৰে লিখাৰ পাছতে বিষয়টোক লৈ চর্চা চলিছে৷ স্মর্তব্য যে বি এছ আইৰ এগৰাকী বিজ্ঞানী হিচাপে উদ্ভিদ বিদ্যাৰ গৱেষণাত দীর্ঘদিন ধৰি নিয়োজিত হৈ আছে কৃষ্ণা৷ কাৰেণ্ট ছায়েন্স জার্নালত প্রকাশ পোৱা অনুসৰি এই উদ্ভিদবিধৰ বৈজ্ঞানিক নামৰ সৈতে জড়িত হৈ আছে গ্রীক নাম৷ ইয়াৰ সৰলীকৃত ইংৰাজী হৈছে ‘ফ্লাৱাৰ’৷ মূলতঃ ৰঙা ৰঙৰ এই উদ্ভিদবিধৰ আছে বিভিন্ন বৈশিষ্ট্য৷ ৰঙা টিউব আকৃতিৰ এই উদ্ভিদবিধক সেই বাবে বিজ্ঞানীসকলে ‘লিপষ্টিক প্লাণ্ট’ বুলি অভিহিত কৰিছিল৷

উল্লেখ্য যে, ২০২১ চনত অৰুণাচলৰ বিভিন্ন স্থানৰ পৰা কেইবাবিধ দুষ্প্রাপ্য প্রজাতিৰ উদ্ভিদ সংগ্রহ কৰিছিল বিজ্ঞানী কৃষ্ণাই৷ দীর্ঘদিনীয়া গৱেষণাৰ পাছত এই বিৰল উদ্ভিদ ১৯১২ চনত ব্রিটিছ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা ‘লিপষ্টিক প্লাণ্ট’ বুলি নিশ্চিত কৰিছে বিজ্ঞানী কৃষ্ণা চৌলুৱে৷ চিৰসেউজ গভীৰ অৰণ্যতহে এই উদ্ভিদবিধৰ সন্ধান পোৱা বুলি দাবী কৰিছে অৰুণাচলৰ উদ্ভিদ বিজ্ঞানী কৃষ্ণাই৷

Previous Post

টকাৰে মেচিনহে ক্ৰয় কৰিব পাৰি, চিকিৎসক নোৱাৰিঃ কেশৱ মহন্ত

Next Post

লাওখোৱা অভয়াৰণ্যত বেদখলকাৰীক উচ্ছেদ!

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
লাওখোৱা অভয়াৰণ্যত বেদখলকাৰীক উচ্ছেদ!

লাওখোৱা অভয়াৰণ্যত বেদখলকাৰীক উচ্ছেদ!

১০ জুনৰ পৰা মুকলি হ’ব SEBAৰ বিশেষ অনলাইন পৰ্টেল

১০ জুনৰ পৰা মুকলি হ’ব SEBAৰ বিশেষ অনলাইন পৰ্টেল

মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত AAPএ কপাঁলে গুৱাহাটী

মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত AAPএ কপাঁলে গুৱাহাটী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8