• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভাৰত ৰত্নৰ দাবীদাৰ  উদ্যোগপতি ৰতন টাটা …?

Manoranjan Majumder by Manoranjan Majumder
February 6, 2021
in বিবিধ, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ratan tata
Share on FacebookShare on Twitter

দেশৰ প্ৰতিষ্ঠিত উদ্যোগপতি ৰতন টাটা, এগৰাকী ব্যৱসায়ীয়ে নহয়, এগৰাকী সমাজ সেৱকো ৷

বিভিন্ন সময়ত ব্যক্তিগৰাকীকে ভাৰতৰ দুৰ্যোগৰ সময়ত চৰকাৰৰ লগতে জনতাৰ ওচৰত সহায়তাৰ হাত আগবঢ়াই আহিছে ৷

সমগ্ৰ বিশ্বত ক’ৰোনাৰ অতিমাৰীৰ সময়ত উদ্যোগপতিগৰাকীয়ে চৰকাৰক সহায়-সহযোগীতা আগবঢ়োৱাৰ লগতে জনসাধাৰণক ওচৰত থিয় দিছিল ৷

While I appreciate the sentiments expressed by a section of the social media in terms of an award, I would humbly like to request that such campaigns be discontinued.

Instead, I consider myself fortunate to be an Indian and to try and contribute to India’s growth and prosperity pic.twitter.com/CzEimjJPp5

— Ratan N. Tata (@RNTata2000) February 6, 2021

এইগৰাকী দেশৰ প্ৰতিষ্ঠিত উদ্যোগপতি ৰতন টাটাক সামাজিক মাধ্যমত  তেওঁক ভাৰত ৰত্ন  বাবে কিছুলোকে চৰকাৰক আবেদন জনাইছিল ৷

প্ৰতিষ্ঠিত উদ্যোগপতি ৰতন টাটাই সামাজিক মাধ্যমত তথা টুইট কৰি তেওঁক ভাৰত ৰত্ন দিয়াৰ বাবে আবেদন কৰা লোকসকলক এই অভিযান ভংগ কৰাৰ বাবে আহ্বান জনাইছে।

লগতে ৰতন টাটাই এইবুলিও কয় যে  তেওঁ ভাৰতীয় হোৱাৰ বাবে নিজকে ভাগ্যশালী বুলি ভাৱে ৷

সেয়ে তেওঁ নিজকে দেশৰ সমৃদ্ধিৰ বাবে নিজে আগৱঢ়োৱা সেৱাৰ বাবে গৌৰৱবোধ কৰে। ইয়াৰ বাবে পুৰস্কাৰৰ কোনো প্ৰয়োজন নাই বুলিও তেওঁ মত প্ৰকাশ কৰিছে।

উল্লেখ্য, সামাজিক মাধ্যমত বহুলোকে চৰকাৰখনক তেওঁৰ দেশভক্তিৰ বাবে দেশৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান দিবৰ বাবে দাবী উত্থাপন কৰি আহিছে ৷

Tags: India GovtPM MODIRatan Tata
Previous Post

‘চাহ বাগিচা ধন পুৰস্কাৰ মেলা’ অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণ

Next Post

BREAKING: গুৱাহাটীৰ ‘আণ্ডাৰ ডগচ’ বাৰত জুই

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
fire

BREAKING: গুৱাহাটীৰ 'আণ্ডাৰ ডগচ' বাৰত জুই

assam police

১৫ ফেব্ৰুৱাৰীৰ পৰা অসম পুলিচ কনিষ্টবল পদৰ PST আৰু PET ৰ পৰীক্ষা

উত্তৰাখণ্ডৰ জলপ্ৰলয়ঃ বৰ্তমানেও সন্ধানহীন অসমৰ ৩ সন্তান

উত্তৰাখণ্ডৰ জলপ্ৰলয়ঃ বৰ্তমানেও সন্ধানহীন অসমৰ ৩ সন্তান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8